Breaking: ক’লা পতাকাৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীও আছুকৰ্মীক গামোচা প্ৰদৰ্শন কৰে

0
81

প্ৰয়াত প্ৰণৱ গগৈৰ ঘৰলৈ বুলি আহোতে ক’লা পতাকাৰ সন্মুখীন হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দেখুৱালে ক’লা পতাকা।

স্বাস্থ্যমন্ত্ৰীগৰাীক শিৱসাগৰৰ মাজমজিয়াত আছুৱে এনেদৰে ক’লা পতাকা দেখুৱাই। প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীও আছুকৰ্মীক গামোচা প্ৰদৰ্শন কৰে।

Photo Credit: Sanjay Pareek