Breaking: অখিল গগৈক NIAৰ আদালতত হাজিৰ

জয় আই অসম ধ্বনি দিলে অখিল গগৈয়ে

0
72

অখিল গগৈক NIAৰ আদালতত হাজিৰ। হাজিৰ কৰাৰ পূৰ্বে আদালত চৌহদত উত্তেজনাময় পৰিস্থিত। আদালত চৌহদৰ সন্মুখত কৃষক মুক্তিৰ তীব্ৰ প্ৰতিবাদ। সকলোৰে কৃষক নেতা গৰাকীক মুক্তিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ।

জয় আই অসম ধ্বনি দিলে অখিল গগৈয়ে। লগতে বেৰিকেড ভাঙি অখিল গগৈক গামোচা পিন্ধালে ‘কা’ সমৰ্থনকাৰীয়ে। অখিল গগৈৰ বাহিৰেও সমগ্ৰ চৌহদতে জয় আই অসম ধ্বনিৰে উত্তাল পৰিস্থিতি। লগতে দিলে চৰকাৰ বিৰোধী শ্ল’গান।

Photo Credit: Time8