
অসমতো কৰণা ভাইৰাছত এজন আক্ৰান্তৰ সন্দেহ। ইতিমধ্যেই অধিক পৰীক্ষা নিৰিক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ যুৱকক। কেৰালাৰ পৰা অহা মৰিগাঁৱৰ যুৱকৰ শৰীৰত কৰণা ভাইৰাছৰ সম্ভাৱনা।
প্ৰথমে গুৱাহাটী বিমান বন্দৰতে পৰীক্ষা কৰা হয় যুৱকজনক। পৰীক্ষাৰ সময়তে যুৱকজনৰ শৰীৰত কৰণা ভাইৰাছ থকাৰ সন্দেহ। তাৰ পিছতেই অধিক নিৰীক্ষণৰ বাবে GMCHলৈ প্ৰেৰণ। বৰ্তমানলৈ আনুষ্ঠানিকভাৱে তথ্য সদৰি কৰা নাই স্বাস্থ্য বিভাগে।