
নিৰ্বাচন সমাগত। এই সময়চোৱাত প্ৰতিটো ৰাজনৈতিক দলে প্ৰাৰ্থী তালিকা ঘোষণা কৰা পৰিলক্ষিত হয় ।
ইয়াৰ মাজতে বি পি এফেও ঘোষণা কৰিলে নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা।
৪ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে হাগ্ৰামা মহিলাৰীয়ে।
ওদালগুৰিত ৰিহন দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান ।
কলাইগাঁৱত দুৰ্গা দাস বড়োক প্ৰাৰ্থিত্ব প্ৰদান।
মাজবাটত চৰণ বড়োক প্ৰাৰ্থিত্ব প্ৰদান।
পানেৰীত কৰুণা কান্ত স্বৰ্গীয়াৰীক প্ৰাথিত্ব প্ৰদান ।
আৰু পঢ়ক : চিৰাং জিলাৰ দূলানী নদীত এগৰাকী বৃদ্ধা মহিলাৰ মৃতদেহ উদ্ধাৰ