33 C
Guwahati
Wednesday, August 17, 2022
More

    BREAKING: মহানগৰীত বোমাতংক! পৰিত্যক্ত বেগত সন্দেহজনক সামগ্ৰী থকাৰ সন্দেহ

    ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তন্ন-তন্নকৈ পৰীক্ষা কৰিছে ষ্টেচনটো।

    গুৱাহাটীৰ ৰে’ল ষ্টেচনত বোমাৰ আতংক। এটা পৰি থকা বেগত বোমা থকাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। তন্ন-তন্নকৈ পৰীক্ষা কৰিছে ষ্টেচনটো।

    কটকটীয়া কৰি তোলা হৈছে ষ্টেচনৰ নিৰাপত্তা ব্যৱস্থা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং