26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পিতৃ দিৱস বিশেষ- এইসকল বলীউড তাৰকাই টাটুৰ জৰিয়তে প্ৰদৰ্শন কৰিছে পিতৃ প্ৰেম

    আজি ২০ জুন তাৰিখে পালন কৰা হয় পিতৃ দিৱস। পিতৃৰ প্ৰতি সন্মান জনাই মৰম আৰু ত্যাগৰ স্বীকৃতি জনাই সমগ্ৰ বিশ্বতে পালন কৰা হয় এই পিতৃ দিৱস । জুন মাহৰ তৃতিয়টো দেওবাৰে এই পিতৃ দিৱস পালন কৰা হয়।

    সকলোৰে দৰে বলীউড তাৰকা সকলেও নিজৰ পিতৃ প্ৰেম দেখোৱাত কৃপনালি নকৰে। তাৰেই ভিতৰত কিছু তাৰকাই নিজৰ শৰীৰত খোদিত কৰিছে টাটু।

    পিতৃ দিৱস বিশেষ- এইসকল বলীউড তাৰকাই টাটুৰ জৰিয়তে প্ৰদৰ্শন কৰিছে পিতৃ প্ৰেম

    টাটু কৰোতা সকলৰ ভিতৰত প্ৰথমেই নাম লব লাগিব সুন্দৰী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ নাম। পিতৃৰ সৈতে প্ৰিয়ংকাৰ সম্বন্ধ অতি মধুৰ। প্ৰিয়ংকাই সোঁ হাতত ‘ডেডীছ লিল(লিটল) গাৰ্ল’ বুলি টাটু বনাই লৈছে।

    পিতৃ দিৱস বিশেষ- এইসকল বলীউড তাৰকাই টাটুৰ জৰিয়তে প্ৰদৰ্শন কৰিছে পিতৃ প্ৰেম

    বলীউডৰ বাবা খ্যাত সঞ্জয় দত্তৰ পিতৃ সুনিল দত্তৰ প্ৰতি থকা প্ৰেমৰ কথা সকলোৱে জানে। সঞ্জয় দত্তই বুকুত পিতৃৰ নামত এক টাটু কৰোৱা আছে।

    পিতৃ দিৱস বিশেষ- এইসকল বলীউড তাৰকাই টাটুৰ জৰিয়তে প্ৰদৰ্শন কৰিছে পিতৃ প্ৰেম

    ৰিছা ছাদ্দাইয়ো শৰীৰত পিতৃ-মাতৃ দুয়োৰে টাটু বনাইছে।

    তেনেদৰে অন্য কেইবাগৰাকী অভিনেতাই নিজৰ সন্তাৰ প্ৰতি থকা পিতৃ প্ৰিম দেখুৱাবলৈ টাটু খোদিত কৰিছে শৰীৰত।

    পিতৃ দিৱস বিশেষ- এইসকল বলীউড তাৰকাই টাটুৰ জৰিয়তে প্ৰদৰ্শন কৰিছে পিতৃ প্ৰেম

    খিলাড়ী অক্ষয় কুমাৰে দুয়ো সন্তানৰ নামেই পিঠিত খোদিত কৰিছে। অজয় দেৱগনেও কন্যাৰ নাম শৰীৰত টাটু বনাইছে। তেনেদৰে ইমৰান খানে কন্যাৰ ভৰিৰ চাব বুকুত টাটু হিচাপে বনাইছে।

    কুনাল খেমুই বুকুত কন্যা ইনায়া আৰু অৰ্জুন ৰামপালেও কন্যা মাহিকাৰ নাম হাতত টাটু হিচাপে বনাইছে।

    আৰু পঢ়ক : কৰ’ণাত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক ৪ লাখ টকাৰ ক্ষতিপূৰণ দিব নোৱাৰি : কেন্দ্ৰীয় চৰকাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং