28.9 C
Guwahati
Wednesday, May 25, 2022
More

    অক্ষয় কুমাৰৰ নতুন ঘৰত আছে কি কি সুবিধা?, দাম জানিলে চকু কপালত উঠিব আপোনাৰ

    অক্ষয় কুমাৰৰ নতুন ঘৰত আছে কি কি সুবিধা?, দাম জানিলে চকু কপালত উঠিব আপোনাৰ

    বলিউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ মুম্বাইত এটা নতুন বিলাসী ঘ ক্ৰয় কৰিছে।

    জানিব পৰা মতে, বলিউদৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে ৭.৮ কোটি টকা ব্যয় সাপেক্ষে মুম্বাইত নতুন বিলাসী ঘৰটো ক্ৰয় কৰিছে।

    মুম্বাইৰ পশ্চিম খাৰৰ এটা বিশাল অট্টালিকাৰ ১৯ সংখ্যক মহলাত অক্ষয় কুমাৰে নতুন ঘৰটো ক্ৰয় কৰে।

    অক্ষয় কুমাৰৰ বিলাসী ঘৰটোত চাৰিটা গাড়ীৰ পাৰ্কিং ধৰাৰ লগতে ভিতৰত চুইমিং পুল, ব্যামাগাৰৰ লগতে খেলৰ বাবে যথেষ্ট ঠাই আছে।

    ইয়াৰোপৰি, বিলাসী ঘৰটোৰ ভিতৰত চলচ্চিত্ৰ উপভোগ কৰিব পৰাকৈ এটা সৰু চলচ্চিত্ৰ গৃহৰো ব্যাৱস্থা আছে।

    উল্লেখযোগ্য যে, ২০২১ চনৰ ডিচেম্বৰ মাহত অক্ষয় কুমাৰে ৯ কোটি টকাত নিজৰ এটা পুৰণি কাৰ্য্যালয় বিক্ৰী কৰি দিছিল।

    আৰু পঢ়ক : ভাইৰেল ভিডিঅ- মানুহ যাব পৰা অতি ঠেক পথত চালকৰ দুঃসাহসিকতা, কৰিলে এই কাম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং