31 C
Guwahati
Thursday, September 29, 2022
More

    অতি জঘন্য কাণ্ড ! হত্যা কৰি পেলাই থৈ গ’ল ৪ বছৰীয়া শিশুৰ মৃতদেহ

    অতি জঘন্য কাণ্ড ! হত্যা কৰি পেলাই থৈ গ’ল ৪ বছৰীয়া শিশুৰ মৃতদেহ

    মানকাচৰৰ হাজিৰহাট আৰাটগাঁৱত এক জঘন্য ঘটনা সংঘটিত হৈছে।

    এটি ৪ বছৰীয়া কন্যা শিশু হত্যা কৰি পেলাই থৈ গৈছে মৃতদেহ।

    মৰাপাট খেতিত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।শিশুটিক দুৰ্বৃত্তই হত্যা কৰি পেলাই থোৱাৰ সন্দেহ কৰা হৈছে।

    মৰাপাট খেতিত উদ্ধাৰ মৃতদেহটোৰ মুখত মৰাপাটৰ পাতেৰে সোপা দিয়া আছিল।

    মৃতদেহ টো মুখত বান্ধি থোৱাৰ বাবে কোনো কোনোৱে ধৰ্ষণ কৰি হত্যা কৰাৰো সন্দেহ ব্যক্ত কৰিছে।

    ইতিমধ্যে ঘটনাস্থলীত সুখছৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং