কন্দুৱা গেছ, লাঠীচাৰ্জ, ৰবৰ বুলেটৰ পিছত এইবাৰ পানী প্ৰয়োগ মহানগৰ আৰক্ষীৰ

গুৱাহাটী মহানগৰীৰ জনতা ভৱনৰ সন্মুখত ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত

0
820
Photo: Time8
Photo: Time8

ৰাজ্যজুৰি কেবৰ বিৰুদ্ধে চলা তীব্ৰ প্ৰতিবাদৰ মাজতে গুৱাহাটী মহানগৰীৰ জনতা ভৱনৰ সন্মুখত ছাত্ৰ সমাজৰ প্ৰতিবাদ। জনতা ভৱনৰ দিশে আগবাঢ়ি যোৱা সমদলক বাধা প্ৰদানৰ চেষ্টা মহানগৰ আৰক্ষীৰ। পিছতো সেই বাধা উফৰাই আগবাঢ়ি যোৱা সমদলক ৰুধিবলৈ আৰক্ষীয়ে প্ৰয়োগ কৰে প্ৰথমে লাঠিচাৰ্জ।

পিছে প্ৰতিবাদকাৰী হাৰ নমনাত কন্দুৱা গেছৰো প্ৰয়োগ আৰক্ষীৰ। পিছে সিমানতো প্ৰতিবাদকাৰীয়ে সৈ নকঢ়াত শূণ্যলৈ গুলীচালনা কৰে আৰক্ষীয়ে । পিছে হাৰ মনা বিধৰ নহয় জাগ্ৰত অসমবাসী। এইবাৰ প্ৰতিবাদকাৰী ওপৰত কৰিলে পানী প্ৰয়োগ।