CAA বিৰোধঃ নগাঁৱৰ চাৰিওফালে কেৱল উৰিছে ক’লা পতাকা

AJYCP ৰ ক'লা পতাকা লৈ সমদল৷ সমদল প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে আটক কৰিছে ৪০ জনৰো অধিক সদস্যক

0
143

নগাঁৱৰ চাৰিওদিশে কেৱল উৰিছে ক’লা পতাকা৷ শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যতে তীব্ৰতৰ হৈ উঠিছে CAA বিৰোধী প্ৰতিবাদ। নগাঁৱতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।

Photo: Time8

AJYCP ৰ ক’লা পতাকা লৈ সমদল৷ সমদল প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে আটক কৰিছে ৪০ জনৰো অধিক সদস্যক। পুৱাও ‘কা’ৰ বিৰুদ্ধে আঁৰিছিল ক’লা পতাকা।