নিৰ্বাচনী হিংসা, চামগুৰিত দুৰ্বৃত্তৰ আক্ৰমণত বিজেপি নিতা সংকটজনক অৱস্থাত হাস্পতালত

0
1229
নিৰ্বাচনী হিংসা, চামগুৰিত দুৰ্বৃত্তৰ আক্ৰমণত বিজেপি নিতা সংকটজনক অৱস্থাত হাস্পতালত

নিৰ্বাচনী হিংসা, চামগুৰিত দুৰ্বৃত্তৰ আক্ৰমণত বিজেপি নিতা সংকটজনক অৱস্থাত হাস্পতালত। এফালে ভোটদান অব্যাহত এফালে বিজেপিৰ ওপৰত আক্ৰমণ।

চামগুৰিত সংঘটিত হৈছে এই নিৰ্বাচনী হিংসা, কংগ্ৰেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘৰ্ষ। চামগুৰিৰ পেনাইৰ ৫৮নং ভোট গ্ৰহণ কেন্দ্ৰত কংগ্ৰেছ কৰ্মীৰ দ্বাৰা ৰেগিংৰ অভিযোগ বিজেপিৰ।

সংঘৰ্ষত আহত আবুল আহমেদ নামৰ এজন বিজেপি কৰ্মী। লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । উগ্ৰ কংগ্ৰেছী সমৰ্থকে বিজেপি নেতাৰ বাহন ভঙাৰ লগতে লোক গৰাকীৰ ওপৰতো আক্ৰমণ কৰাৰ অভিযোগ।

ভুক্তভোগীলোকগৰাকীয়ে ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

আৰু পঢ়ক : ‘কা’ আৰু ‘গো হত্যা’ বিজেপিৰ নিৰ্বাচনী এজেন্দা! ৰাজ্যভেদে ভিন্ন ভিন্ন প্ৰত্যুত্তৰ