32 C
Guwahati
Sunday, September 19, 2021
More

    বিজেপিয়ে ঘোষণা কৰিলে তৃতীয় প্ৰাৰ্থী তালিকা, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু অতুল বৰাই পালেনে টিকট….

    বিজেপিয়ে ঘোষণা কৰিলে তৃতীয় প্ৰাৰ্থী তালিকা, মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু অতুল বৰাই পালেনে টিকট। কোনে লাভ কৰিলে অসমৰ দুই অন্যতম শক্তিশালী সমষ্টি দিছপুৰ আৰু পূৱ গুৱাহাটীত..

    মুঠ ১৭ খন আসমত ঘোষণা কৰা হয় প্ৰাৰ্থীৰ নাম।

    দিল্লীস্থিত বিজেপিৰ মূখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় নেতৃত্বই ঘোষণা কৰে এই তৃতীয় খন প্ৰাৰ্থী তালিকা। প্ৰকাশ কৰা তালিকা অনুসৰি,

    দিছপুৰ-অতুল বৰাৰ,
    পূৱ গুৱাহাটী-সিদ্ধাৰ্থ ভট্টাচাৰ্য,
    হাজ-সুমন হৰিপ্ৰিয়া
    ধৰ্মপুৰ-চন্দ্ৰ মোহন পাটোৱাৰী
    বৰক্ষেত্ৰী-নাৰায়ণ ডেকা
    দক্ষিণ শালমাৰা-আশ্বাদুল ইছলাম
    ধুবুৰী-ডা০ দেবাময় সন্যাল
    গোলোকগঞ্জ-অশ্বিনী ৰায় চৰকাৰ
    বিলাসীপাৰা পশ্চিম-ডা০ আবু বক্কৰ চিড্ডিকী
    বিলাসীপাৰা পূব-অশোক সিংঘী
    বিজনী-অজয় কুমাৰ ৰায়
    দুধনৈ-সম্যজিৎ ৰাভা
    জলেশ্বৰ-ওচমান গোণী
    সৰভোগ-শংকৰ চন্দ্ৰ দাস
    জানিয়া-ছাহিদুল ইছলাম
    বাঘবৰ-হাসিনাৰা খাতুন
    পলাশবাৰী-হেমাংগ ঠাকুৰীয়া

    উল্লেখ্য যে, আজি ১৪ মাৰ্চ তাৰিখতে অসম গণ পৰিষদেও ঘোষণা কৰে দলটোৰ তৃতীয়খন প্ৰাৰ্থী তালিকা,

    পশ্চিম গুৱাহাটীত – ৰমেন্দ্ৰ নাৰায়ণ কলিতা
    সৰুক্ষেত্ৰীত – কল্পনা পাটোৱাৰী
    বঙাইগাঁৱত – ফণীভূষণ চৌধূৰী
    ছয়গাঁৱত – ডা০ কমলা কান্ত কলিতা
    উত্তৰ অভয়াপুৰী – ভূপেন ৰয়
    দক্ষিণ অভয়াপুৰী – পূৰ্ণেন্দু বণিক্য
    মানকাচাৰ – জাবেদ ইছলাম
    পশ্চিম গোৱালপাৰা – শ্বেখ শ্বাহ আলম
    পূব গোৱালপাৰা – জ্যোতিষ দাস
    ভৱানীপুৰ – ড০ ৰঞ্জিত নাৰায়ণ ডেকা
    চেঙা – ৰবিউল হুছেইন
    বকো – জ্যোতিপ্ৰসাদ দাস
    বৰপেটা – গুণীন্দ্ৰ নাথ দাস

    আৰু পঢ়ক : নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা বায়ু সেনাৰ কৰ্মচাৰী বিষ্ণু কুমাৰৰ মৃতদেহ উদ্ধাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং