শিহৰণকাৰীঃ বাৰ্থ ডে’ পাৰ্টিত স্ন’ স্প্ৰে মাৰোতে মুখ জ্বলিল বাৰ্থ ডে’ বয়ৰ

0
107
শিহৰণকাৰীঃ বাৰ্থ ডে' পাৰ্টিত স্ন' স্প্ৰে মাৰোতে মুখ জ্বলিল বাৰ্থ ডে' বয়ৰ

শিহৰণকাৰীঃ বাৰ্থ ডে’ পাৰ্টিত স্ন’ স্প্ৰে মাৰোতে মুখ জ্বলিল বাৰ্থ ডে’ বয়ৰ

বাৰ্থ ডে’ পাৰ্টি কৰোতে সাৱধান হওক। বাৰ্থ ডে’ পাৰ্টিয়ে কাল হ’ল এজন যুৱকৰ। বাৰ্থ ডে’ পাৰ্টিত স্ন’ স্প্ৰে মাৰোতে মুখ জ্বলিল বাৰ্থ ডে’ বয়ৰ।

শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে ভিডিঅ’টো। কেক কটাৰ সময়ত বন্ধুৱে স্পাৰ্কল মম জ্বলাই থোৱা হৈছিল। লগে লগে বন্ধুৱে কেক কটাৰ সময়ত ফুৰ্তিত স্ন’স্প্ৰেটো মাৰি দিয়াত যুৱকজনৰ মুখত জুই লাগি যায়।

এই ভিডিঅ’টো চছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সকলোৱে এইয়া এক শিক্ষা বুলি মন্তব্য প্ৰকাশ কৰিছে।

আৰু পঢ়ক : চিনেমাৰ কায়দাৰে ধীৰ গতিত মাৰি পেলোৱাৰ বাবে খাদ্যত বিষ মিহলাই পত্নী-শাহু-শহুৰক হত্যাৰ চেষ্টা, দুগৰাকীৰ ইতিমধ্যেই মৃত্যু