
যোৰহাটত শিলাদিত্যক পুনৰ সকিয়নী প্ৰদান বীৰ লাচিত সেনাৰ। মুকলিকৈ শিলাদিত্যক মাৰপিট কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই। শিলাদিত্যই বেছি কথা ক’লে ঘৰৰ বাথৰুমত সোমাইয়ো ত’ত নাপাব বুলি মন্তব্য কৰে বীৰ লাচিত সেনাই।
কেব গৃহীত হ’লে যুদ্ধৰ বাবে সাজু হৈ থাকিবলৈ হুংকাৰ দিলে চৰকাৰক। অসমত ভূমিপুত্ৰৰহে দাদাগিৰী চলিব ইয়াত কোনো বিজেপি নেতাৰ দাদাগিৰী নচলিব বুলি তীব্ৰ ভাষাৰে সকীয়নী প্ৰদান কৰে শৃংখলা চলিহাই।