18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শোকাৱহ পথ দুৰ্ঘটনা! ট্ৰাকৰ খুন্দাত থিতাতে নিহত স্কুলীয়া ছাত্ৰ

    বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেতবাৰীত শোকাৱহ পথ দুৰ্ঘটনা।
    মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন স্কুলীয়া ছাত্ৰ।
    নিহত ছাত্ৰ গৰাকী দুধনাথ হিল গাঁৱাৰ মুক্তাৰুল ইছলাম (১৪) বুলি জানিব পৰা গৈছে।
    দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক খনৰ নম্বৰ NL 01Q – 6018।
    ঘটনাক কেন্দ্ৰ কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সোনামুখীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
    ৰাষ্ট্ৰীয় ঘাই পথত আবদ্ধ শ শ যানবাহন।

    আৰু পঢ়ক : ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী! তেজপুৰত বিশাল জনসভাত সম্বোধন কৰিব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং