26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সপোনত দেখিছিল কৰ’ণা নিৰ্মূলৰ উপায়! ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিলাসীপাৰাত পূজা…

    সপোনত দেখিছিল কৰ’ণা নিৰ্মূলৰ উপায়! ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ বিলাসীপাৰাত পূজা…

    সোমবাৰে উৰুলি ধ্বনিৰে মুখৰিত হ’ল গৌৰাং নৈৰ যুৱলী | নৈ খনৰ উপকুলত কৰা হ’ল বিশেষ পূজা এভাগ |

    বিলাসীপাৰা চহৰৰ ৮ নম্বৰ ৱাৰ্ডৰ এগৰাকী মহিলাই যোৱা দেওবাৰে দেখিছিল সপোন | গংগা পূজা এভাগ কৰি এহাজাৰ লতা কৰৱী ফুল নৈত উটুৱাই দিলে দেশৰ পৰা নিৰ্মূল হ’ব মহামাৰী ক’ৰনা ভাইৰাছ |

    সেইমতে আজি সমাপন কৰা হ’ল এই বিশেষ পূজা ভাগ | বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগত এনে বিশ্বাস কিমানদূৰ গ্ৰহন যোগ্য হব সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন উদয় হৈছে সচেতন মহলত ।

    ইনপুট; আফৰুজুল ইছলাম

    আৰু পঢ়ক : দাড়ি কাটিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ১০০ টকা দিলে এজন চাহ দোকানীয়ে, ক’লে…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং