26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ”মাস্কৰ ভিতৰত থকা তামৰ তাঁৰৰ বাবে ভোট এটা চিহ্নত দিলে আন চিহ্নত পৰে” ভোটাৰৰ মাজত উত্তপ্ত পৰিস্থিতি

    ”মাস্কৰ ভিতৰত থকা তামৰ তাঁৰৰ বাবে ভোট এটা চিহ্নত দিলে আন চিহ্নত পৰে” ভোটাৰৰ মাজত উত্তপ্ত পৰিস্থিতি

    পশ্চিম বিলাসীপাৰাৰ গুটিপাৰা ভোট কেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

    ভোট কেন্দ্ৰই যোগান ধৰা বিনামূলীয়া মাস্কক লৈ উত্তপ্ত পৰিস্থিতি।

    উত্তেজিত জনতাৰ শিল-গুটি নিক্ষেপ কৰ্তব্যৰত আৰক্ষী প্ৰশাসন লৈ। উত্তেজিত জনতাক লাঠী চাৰ্জ ধুবুৰী আৰক্ষী অধীক্ষকৰ।

    ঘটনাক কেন্দ্ৰ কৰি আধা ঘন্টা সময় বন্ধ থাকে ভোট দান প্ৰক্ৰিয়া। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে চাৰিজনক।

    সামাজিক মাধ্যমত উৰাবাতৰি প্ৰচাৰ কৰিছিল এটা চক্ৰই। মাস্কৰ ভিতৰত তামৰ গুণা থকাকলৈ ভুল ধাৰণা একাংশ ভোটাৰৰ।

    একাংশ ভোটাৰৰ মতে মাস্কৰ ভিতৰত থকা তামৰ তাঁৰৰ বাবে ভোট এটা চিহ্নত দিলে ভোট পৰে গৈ আন এটা চিহ্নত।

    আৰু পঢ়ক : UPPL সমৰ্থকৰ দ্বাৰা ৰিগিং, ইতিমধ্যে এজনক আটক মুছলপুৰ আৰক্ষীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং