
অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট নগৰৰ আঞ্চলিক সমিতি আৰু কেইবাটাও জাতীয় সংগঠনৰ সহযোগত ‘কা’ৰ বিৰুদ্ধে বাইক ৰেলী বাহিৰ কৰি বিদায় জনালে ২০১৯ বৰ্ষক।
সংগঠনকেইটাই আগন্তুক দিনতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ লগতে ভোগালী বিহুৰ মেজিৰ জুইত ‘কা’ৰ প্ৰতিলিপি দাহ কৰিব বুলি সংকল্প লয়।
Photo Credit:@rajibkarmakar