23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিহুৰ বন্ধ ঘোষণা কৰিলে কেন্দ্ৰই! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ১৫ এপ্ৰিলত বিহুৰ বন্ধ

    বিহুৰ বন্ধ ঘোষণা কৰিলে কেন্দ্ৰই! কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে ১৫ এপ্ৰিলত বিহুৰ বন্ধ

    অৱশেষেত বিহুৰ বন্ধ দিবলৈ বাধ্য হ’ল কেন্দ্ৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে বিহুৰ বন্ধৰ ঘোষণা।

    ১৫ এপ্ৰিলত বিহুৰ বন্ধ ঘোষণা কেন্দ্ৰৰ।

    বিহুৰ বন্ধ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৱেলফেয়াৰ কমিটীৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল ।

    এই বৈঠকতে বিহুৰ বন্ধৰ সিদ্ধান্ত লোৱা হয়।

    উল্লেখ্য যে, বিহুৰ বন্ধ নিদিয়াক লৈ বহু বিতৰ্কৰ লগতে প্ৰতিবাদো সাব্যস্ত হৈছিল।

    আৰু পঢ়ক : অখিললৈ সকাহ! জামিনৰ বিৰুদ্ধে কৰা আৱেদনৰ কোনো ভিত্তি নাই বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে NIA ৰ আৱেদন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং