28 C
Guwahati
Friday, September 17, 2021
More

    এইগৰাকী অভিনেত্ৰী ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত, বন্ধুৰ ঠাইতে মৃত্যু, অভিনেত্ৰীয়ে মৃত্যুৰে যুঁজিছে হাস্পতালত

    দক্ষিণ ভাৰতীয় ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী, তথা বিগ বছ ফেম অভিনেত্ৰী য়াছিকা আনন্দ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত। যি দুৰ্ঘটনাৰ ফলত য়াছিকাৰ সৈতে থকা বন্ধুৰ ঠাইতে মৃত্যু। আনহাতে সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি অভিনেত্ৰীগৰাকী।

    প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি তীব্ৰ গতিত আছিল বাহন খন। সমুখৰ পৰা অহা এখন বাহনত খুন্দা মাৰি পথৰ দাঁতিত থকা দ গাঁতত সোমাই পৰে। দুৰ্ঘটনাৰ সময়ত বাহনখনত তিনিজন লোক আছিল।

    এইগৰাকী অভিনেত্ৰী ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত,  বন্ধুৰ ঠাইতে মৃত্যু, অভিনেত্ৰীয়ে মৃত্যুৰে যুঁজিছে হাস্পতালত

    তিনিওকে ততাতৈয়াকৈ নিকট হাস্পতাললৈ প্ৰেৰণ কৰা হয়। তাৰেই এজনৰ ঠাইতে মৃত্যু হয়। আন দুজনৰ অৱস্থা সংকটজনক।

    আৰু পঢ়ক : খবৰ বিলাই ফুৰা লোকজন এতিয়া শয্যাগত, মাটি বাৰী সকলো বিক্ৰী কৰিয়ো নোৱাৰিলে উদ্ধাৰ হ’ব

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং