28 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভাৰতী সিঙৰ ভাইৰেল ভিডিঅ’! একাংশই ক’লে ”আজিও গাঞ্জা ফুকি আহিছে”

     কমেডিয়ান ভাৰতী সিঙে তেওঁৰ অভিনয়ৰে যথেষ্ঠ জনপ্ৰিয়তা অৰ্জন কৰবিলৈ সক্ষম হয়।ভাৰতীক সদায় হাহি-স্ফূৰ্তি কৰি থকায়ে দেখা যায়।

    বৰ্তমান ভাৰতী সিঙৰ এটি ভিডিঅ’ ছ’চিয়েল মিডিয়াত যথেষ্ঠ ভাইৰেল হোৱা পৰিলক্ষিত হয়। ভিডিঅ’টিত দেখা যায় যে কেইজনমানে ভাৰতীক ঘেৰি ধৰে আৰু তাৰ পিছতেই ভাৰতীয়ে ধেমালী কৰা দেখা যায়।

    এই ভিডিঅ’টি ছ’চিয়েল মিডিয়াত যথেষ্ঠ ভাইৰেল হোৱা পৰিলক্ষিত হয়। এই ভিডিঅ’ ভাইৰেল হোৱা পিছতে বহুতে ভাৰতীক ট্ৰল কৰা পৰিলক্ষিত হয়।

    ভিডিঅ’টিত দেখিবলৈ পোৱা যায় যে ভাৰতীয়ে কেমেৰাৰ সন্মুখলৈ আহি জোৰকৈ হাহে। আশে-পাশে থকা লোকসসকলে এয়া দেখি অত্যন্ত আনন্দ কৰে।

    ভিডিঅ’ চাবলৈ লিংকটো ক্লিক কৰক!

    বহুতে ভাৰতীৰ এই ভিডিঅ’টিত মন্তব্য কৰিছে যে ”ভাৰতীয়ে আকৌ গাঞ্জা ফুকা আৰম্ভ কৰিছে” । কিছুমানে লিখিছে ”আজিও নিচা কৰিছে নেকি”।

    আন কিছুমানে লিখিছে ”সদায় নিচাতে থাকে নেকি”। উল্লেখ্য যে কিছুদিন পূৰ্বে এন চি বিয়ে ভাৰতীৰ ঘৰৰ পৰা ভাং জব্দ কৰিছিল ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।