28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভাৰত বন্ধত স্তব্ধ স্বাভাৱিক জনজীৱন! বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত

    ভাৰত বন্ধত স্তব্ধ স্বাভাৱিক জনজীৱন! বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্ত

    ভাৰত বন্ধত স্তব্ধ স্বাভাৱিক জনজীৱন! বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত। গুৱাহাটী মহানগৰৰ লগতে উজনি অসম-নামনি অসমৰ ভিন্ন প্ৰান্তত দেখা গল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।

    প্ৰায়সংখ্যক দোকান-পোহাৰ বন্ধ হৈ হোৱাৰ লগতে, বাছ আস্থানত বাহনৰ বাবে অপেক্ষাৰত যাত্ৰী। অৱশ্যে পুৱাই স্বাভাৱিকভাৱেই আৰম্ভ হৈছে শিক্ষানুষ্ঠানসমূহ। বিদ্যালয়লৈ বুলি ৰাওনা হৈছে ছাত্ৰ-ছাত্ৰী।

    গোলাঘাটত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ, পুৱাৰ ভাগৰ পৰাই বন্ধ আছে ব্যৱসায়িক প্ৰতিষ্ঠান। গোলাঘাট নগৰৰ সকলো দোকান-বজাৰ বন্ধ
    যাত্ৰীবাহী আৰু ব্যক্তিগত বাহনৰ চলাচলো বন্ধ আছে।

    লখিমপুৰতো একেদিনাই ভাৰত বন্ধ আৰু চকা বন্ধৰ ঘোষণাৰ আজিৰ দিনটোত বন্ধ পৰিলক্ষিত হয়। দোকান-পোহাৰ, ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ লগতে ৰাজপথত যান বাহনৰ চলাচল বন্ধ হৈ থকা পৰিলক্ষিত।

    উল্লেখ্য যে, ইন্ধনৰ মূল্যবৃদ্ধি হ্ৰাস, ই-ৱে বিল বাতিলৰ দাবীৰে আজি ২৬ ফেব্ৰুৱাৰী তাৰিখে বন্ধৰ আহ্বান জনোৱা হৈছে। সমগ্ৰ দেশতে ডিজেলৰ মূল্য একে কৰাৰ দাবী।

    আৰু পঢ়ক : TIME8 ত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে বালিৰাম পথাৰৰ ভুক্তভোগীৰ কাষত উপস্থিত হ’ল আমছু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published