21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধুৱে নেকি? তেন্তে সাৱধান হওক

    আপোনাৰ ঠাণ্ডা দিনত গৰম পানীৰে গা ধোৱাৰ অভ্যাস আছে নেকি?তেন্তে সাৱধান হওক আপুনি ভুগিব পাৰে এইসমূহ সমস্যাত।

    আমি সাধাৰণতে ঠাণ্ডাৰ পৰা বাচিবলৈ ঠাণ্ডাৰ দিনত প্ৰায় কামতেই গৰম পানী ব্যৱহাৰ কৰো। কিন্তু গৰম পানী শৰীৰৰ বাবে কিছু ক্ষেত্ৰত হানিকাৰক হবও পাৰে।

    প্ৰতিদিনে গৰম পানীৰে গা ধুলে শৰীৰ আৰু মগজুত পাশ্বক্ৰিয়া কৰিব পাৰে। গৰম সাৱধান হওক পানীত থকা কেৰটিনে শৰীৰৰ চাল ক্ষতি কৰে। ফলত শৰীৰত খজুৱতি, চাল শুকান আৰু এলাৰ্জি কৰিব পাৰে।

    আনকি ঠাণ্ডা বুলি অত্যাধিক গৰম কাপোৰ পিন্ধিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত বাধা সৃষ্টি কৰে বুলি কয়।

    আৰু পঢ়ক : কংগ্ৰেছৰ দুৰ্গত মোক্ষম আঘাতঃ বিজেপি দলত যোগদান প্ৰায় তিনি শতাধিক সংখ্যালঘু কংগ্ৰেছী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং