গ্ৰীন আৰু অৰেঞ্জ জনত খুলিব পাৰিব চুলি কটা দোকান; নতুন নিৰ্দেশনা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

অৰেঞ্জ জনতো চলিব পাৰিব ব্যক্তিগত বাহনসমূহ। অৰেঞ্জ জনত কেৱল অনুমোদিত কামতহে গাড়ী চলোৱাৰ অনমুতি প্ৰদান কৰা হৈছে

0
130

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিলে এক নতুন নিৰ্দেশনা। ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা বিক্ৰী কৰিব পাৰিব অনা-অত্যাৱশ্যকীয় সামগ্ৰী। পূৰ্বে কেৱল অত্যাৱশ্যকীয় সামগ্ৰীহে বিক্ৰী কৰিব পাৰিছিল। আজিৰে পৰা দেশজুৰি শিশুৰ ভেক্সিনেচনৰ কাম আৰম্ভ কৰা হৈছে।

অৰেঞ্জ জনতো চলিব পাৰিব ব্যক্তিগত বাহনসমূহ। অৰেঞ্জ জনত কেৱল অনুমোদিত কামতহে গাড়ী চলোৱাৰ অনমুতি প্ৰদান কৰা হৈছে। অৰেঞ্জ জনত অনুমোদিত কামত চালকৰ সৈতে দুজনকৈ যাত্ৰী যাব পাৰিব। অৰেঞ্জ জনত বন্ধ থাকিব আন্তঃজিলা আৰু আন্তঃজিলা বাছসেৱাসমূহ। টেক্সী আৰু কেব এগ্ৰিগেটৰত চালকসহ ৩জনকৈ যাত্ৰীহে যাত্ৰা কৰিব পাৰিব অৰেঞ্জ জন থকা জিলাসমূহত।

Photo credit: thehindubusinessline.com