29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জন্মদাতৃ মাতৃৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এটি নিষ্পাপ কণমানিয়ে

    ঘৰৰ ওচৰৰে নৈত ডুবাই, ডিঙি চেপি হত্যা কৰে মাতৃয়ে আৰু তাৰ পিছতে মাটিত পুতি থয় কণমানিটিৰ মৃতদেহ

    বিলাসীপাৰাৰ ভাটিগুটিপাৰাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। নিজ মাতৃয়ে হত্যা কৰিলে এটি ৫মহীয়া দেৱশিশুক। কণমানিক ঘৰৰ ওচৰৰে নৈত ডুবাই, ডিঙি চেপি হত্যা কৰে মাতৃয়ে আৰু তাৰ পিছতে মাটিত পুতি থয় কণমানিটিৰ মৃতদেহ।

    পৰিয়ালৰ লোকে কণমানিটিক নেদেখাত সোধা-পোছা কৰে মহিলাগৰাকীক। বহু সময় ধৰি মহিলগৰাকীক সোধা-পোছা কৰাৰ পিছতহে স্বীকাৰ কৰে নিজ সন্তানক হত্যা কৰাৰ কথা আৰু এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চলি আছিল পাৰিবাৰিক কন্দল, পৰিণতিত চৰম পন্থা বাছি লয় মহিলাগৰাকীয়ে, হত্যা কৰে নিজ সন্তানকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।