27 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসমতো নিৰ্মাণ হৈ আছে আযোধ্যাৰ দৰে ৰাম মন্দিৰ, উদ্দেশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা….

    অসমতো নিৰ্মাণ হৈ আছে আযোধ্যাৰ দৰে ৰাম মন্দিৰ, উদ্দেশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উত্তৰ প্ৰদেশৰ আযোধ্যাত হব লগা ৰাম মন্দিৰ নিৰ্মাণ হওতে যিমানে সময় নালাগত অসমত অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ হৈ আছে সেই মন্দিৰ।

    অসমতো নিৰ্মাণ হৈ আছে আযোধ্যাৰ দৰে ৰাম মন্দিৰ, উদ্দেশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মৰিগাঁওত নিৰ্মাণ হৈছে অযোদ্ধাৰ ৰামমন্দিৰ সদৃশ আন এক মন্দিৰ। পিছে এই মন্দিৰ ইটা-বালীৰে নহয়, বৰঞ্চ বাঁহেৰে নিৰ্মাণ হৈ আছে। মৰিগাঁও গুনামাৰৰ ধীৰাজ পাটৰ নামৰ যুৱকজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিয়াৰ লক্ষ্যৰে লকডাউনৰ সময়ছোৱাত নিৰ্মান কৰি ওলাইছে বাঁহেৰে নিৰ্মিত ৰামমন্দিৰ ।

    অসমতো নিৰ্মাণ হৈ আছে আযোধ্যাৰ দৰে ৰাম মন্দিৰ, উদ্দেশ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    যুৱকজনে গুগলত আযোধ্যাত নিৰ্মাণ হব লগা ৰাম মন্দিৰৰ ফটো চাই প্ৰথমে আৰম্ভ কৰিছিল এই সঁজুলি সমূহৰ নিৰ্মাণৰ কাম । লকডাউনৰ সময়ছোৱাত ঘৰতে আবদ্ধ নাথাকি যুৱকজনে হাতত লৈছিল এই কাম ।

    আৰু এতিয়া যুৱকজনে হেঁপাহেৰে নিৰ্মাণ কৰি আছে ৰামমন্দিৰ। কাম সমাপ্ত হলেই উপহাৰ হিচাপে আগবঢ়াব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ।

    Input and Photo Kishor Dekaraja

    আৰু পঢ়ক : কভিড হ্ৰাস! চৰকাৰৰ সিদ্ধান্ত- গৰম বন্ধৰ পাছতে ২ আগষ্টৰ পৰা খুলিব ১০-১২ শ্ৰেণীৰ বাবে বিদ্যালয়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং