27 C
Guwahati
Saturday, September 18, 2021
More

    Jyotirupa Kalita

    Recent articles

    Articles by this author

    চ’তে গৈয়ে গৈয়ে বহাগে পালেহি, ফুলিলে ভেবেলীলতা- বিহুলৈ মাজত মাথো এটা দিন, পিছে এফালে কৰ’ণা

    ১১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা আৰু ১৪ এপ্ৰিললৈ চলিব লগা টীকা উৎসৱ সফল কৰাৰ বাবে যথোচিত পদক্ষেপ লবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে এই টীকা উৎসৱত সহযোগিতা আগবঢ়াবৰ বাবেও আহ্বান জনাইছে মুখ্যমন্ত্ৰী সোণোৱালে।

    চৰকাৰ কাৰ? উজনি যাৰ-চৰকাৰ তাৰ, অখিল-সৰ্বানন্দ-লুৰিণ-ৰিপুন; আজি EVMত বন্ধ হ’ব ভাগ্য

    ৮১৯৮১৫ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। ইযাৰে ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ৪০৩১৪৮১ গৰাকী। মুঠ প্ৰাৰ্থী ২৪১ গৰাকী ইয়াৰে মহিলা প্ৰাৰ্থী ২৩ গৰাকী। আনহাতে পুৰুষ ভোটাৰৰ সংখ্যা ৪০৭৭২১০4গৰাকী।

    লোকে লোকাৰণ্য কাক কয়, তাৰেই প্ৰমাণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ সমদলত, চাওক দিনটোৰ ফটো

    সমদলৰ শেষত জালুকবাৰী সমষ্টিৰ হৈ মনোনয়ন দাখিল কৰে জিলা উপাযুক্ত কাৰ্যালত। আজিৰ এই মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী হিম্নত বিশ্ব শৰ্মাক মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিং, সাংসদ দিলীপ শইকীয়া, কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ, ভুৱনেশ্বৰ কলিতা আদিয়ে সংগ দিয়ে।

    চাইকেল চলাই জগত জিনাৰ সপোন নিপেন্দ্ৰৰ, তিনি মাহ ধৰি চাইকেল লৈ ঘুৰি আছে সমগ্ৰ ভাৰতবৰ্ষ

    গুৱাহাটীৰ পৰা হে যেন নিপেন্দ্ৰৰ প্ৰকৃত সংঘৰ্ষ আৰম্ভ হয়। চাইকেলৰ কেৰিয়াৰত টেণ্ট বান্ধি লৈ আৰম্ভ কৰে ভাৰত ভ্ৰমণৰ সপোন কাৰ্যকৰী কৰা যাত্ৰা। ৰঙিয়া, বঙাইগাঁও, কোকৰাঝাৰ, আলিপুৰদুৱাৰ হৈ অসমৰ সীমান্ত এৰি উপস্থিত হয় পশ্চিমবংগত।

    গুৱাহাটীত কোনো সলনি নাই বিজেপি-অগপৰ প্ৰাৰ্থীত্বত, চাৰিওটা সমষ্টিতে পূৰ্বৰ ৪ শক্তিশালী বিধায়ক

    হিমন্ত বিহীন জালুকবাৰী ভাবিবই নোৱাৰি। সকলো ৰাইজে বছৰ বছৰ ধৰি বিচাৰে তেওঁলোকৰ প্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মাকে। কেৱল বিধায়কেই নহয়, জালুকবাৰীৰ প্ৰায় অধিকাংশ লোকৰে ইচ্ছা এইবাৰ মূখ্যমন্ত্ৰীৰ পদতো উঠক মন্ত্ৰী শৰ্মা।

    পূৱ গুৱাহাটী সমষ্টিত বিজেপিৰ টিকট পুনৰ পাব নেকি সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই, ক’লে- ‘কেৱল আনুষ্ঠানিকতাহে বাকী’

    পূৱ গুৱাহাটী সমষ্টিত বিজেপিৰ টিকট পুনৰ পাব নেকি সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই, ক'লে- 'কেৱল আনুষ্ঠানিকতাহে বাকী', লগতে কলে, মই টিকট লাভ কৰিছো বুলি খবৰ পাইছো। দলে মোক অন্যয় নকৰে বুলি মোৰ বিশ্বাস।' সংবাদ মাধ্যমৰ সৈতে হোৱা এক আলোচনাত এইদৰে মন্তব্য...