17 C
Guwahati
Wednesday, January 26, 2022
More

    জঘন্য! বিদ্যালয়ৰ পৰা উভতাৰ পথতে ৮ বছৰীয়া কনমানিক হাত-ভৰি বান্ধি…কামুৰি ছিঙিলে গাল

    জঘন্য! বিদ্যালয়ৰ পৰা উভতাৰ পথতে ৮ বছৰীয়া কনমানিক হাত-ভৰি বান্ধি ধৰ্ষণৰ অপচেষ্টা এটা লম্পটৰ। লখিমপুৰৰ হাৰমতিৰ কাঠনীত এই জঘন্য ঘটনা সংঘটিত হৈছে।

    হাত-ভৰি বান্ধি ৮ বছৰীয়া কনমানিক ধৰ্ষণৰ অপচেষ্টা বয়স্ক লোকৰ। লম্পট পূৰ্ণ দাসক ইতিমধ্যে গ্ৰেপ্তাৰ হাৰমতি আৰক্ষীৰ।

    বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থাকোতে পূৰ্ণ দান নামৰ লম্পটে ফুচুলাই ঘৰলৈ মাতি নি পিছত হাত-ভৰি বান্ধি ঘৰ্ষণৰ অপচেষ্টা চলায়।

    কনমানি জনীয়ে এই কাৰ্যত হূলস্থুল কৰাত সমৱেত হয় স্থানীয় লোক। কিন্তু লম্পট লোক জনে নিজৰ কাৰ্য সিদ্ধি নোহোৱাত কামুৰি গাল ছিঙে কনমানিৰ।

    Input and Photo- Hassinur Alom

    আৰু পঢ়ক : মুছলমান যুৱকে শংকৰ শৰ্মা বুলি পৰিচয় দি হিন্দু যুৱতীৰ লগত প্ৰেম, পিছত ইছলাম গ্ৰহণ কৰাৰ বাবে জোৰ, আত্মহত্যা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং