24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্বাধীন ভাৰতত প্ৰতিবাদৰো নাই স্বাধীনতা, কৃষক মুক্তিৰ মানৱ শৃংখলত প্ৰতিবাদী কৰ্মীক আক্ৰমণ

    এইবাৰ প্ৰতিবাদত ঘটিল অঘটন। বিলাসীপাৰাত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ মানৱ শৃংখলত উত্তপ্ত পৰিস্থিতি। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা কৃষক মুক্তিৰ কৰ্মীক দুৰ্বৃত্তৰ আক্ৰমণ।

    প্ৰতিবাদীৰ হাতৰ পৰা পোষ্টাৰ কাঢ়ি লৈ ফালি পেলায় দুৰ্বৃত্তই।এই ঘটনাক কৃষক মুক্তিৰ নেতাই এয়া আৰ এছ এছ কৰ্মীৰ বহুৱালিৰ সন্দেহ কৰিছে।

    এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে  ঘটনাত জড়িত এজনক আটক কৰিছে। এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিলাসীপাৰা চহৰত। কা বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল ৰূপায়ণ কৰিছিল কৃষক মুক্তি – ছাত্ৰমুক্তিয়ে।

    আৰু পঢ়ক : নতুন বছৰৰ ৩১ জানুৱাৰীলৈ লকডাউন ঘোষণা, কৰ’ণাৰ নতুন ভাইৰাছ ষ্ট্ৰেইনৰ বাবেই এই ঘোষণা চৰকাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং