গুজৰাটৰ নেচনেল গেমছৰ ফাইনেত প্ৰৱেশ অসমৰ দুই সন্তান

0
653

গুজৰাটৰ নেচনেল গেমছৰ ফাইনেত প্ৰৱেশ অসমৰ দুই সন্তান

গুজৰাটত চলি আছে ৩৬ সংখ্যক নেচনেল গেমছ | এই নেচনেল গেমছৰ পৰা এতিয়া অসমলৈ আহিছে দুটাকৈ ভাল খবৰ |

এই নেচনেল গেমছৰ ১০০ মিটাৰ দৌৰত ইতিমধ্যে ছেমি ফাইনেলত প্ৰৱেশ অসমৰ অম্লান বৰগোহাঁইৰ|

১০.২৮ ছেকেণ্ডে অভিলেষ স্থাপন কৰি ফাইনেলত প্ৰৱেশ কৰিছে অম্লানে |

আনহাতে মহিলাৰ ১০০ মিটাৰ শাখাত ফাইনেলত স্থান নিশ্চিত কৰিছে ধিং এক্সপ্ৰেছ হিমা দাসে |


অম্লান আৰু হিমাৰ মাধ্যমেৰে এতিয়া দুটাকৈ ভাল খবৰ আহিছে গুজৰাটত চলি থকা ৩৬ সংখ্যক নেচনেল গেমছৰ পৰা |

এতিয়া পৰৱৰ্তী সময়ত অসমলৈ আৰু কিমান ভাল খবৰ আহে সেয়ালৈ ৰাজ্যবাসীয়ে অপেক্ষা কৰিছে |