23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ভয়াবহতাৰ ইংগিত! মঙলবাৰে ৰাজ্যত ৪১ গৰাকীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৪৪৭৫ গৰাকী লোক কৰ’ণাত আক্ৰান্ত

    ভয়াবহতাৰ ইংগিত! মঙলবাৰে ৰাজ্যত ৪১ গৰাকীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৪৪৭৫ গৰাকী লোক কৰ’ণাত আক্ৰান্ত

    দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ভয়াবহ ৰূপ লৈছে কৰ’ণা ভাইৰাছৰ সক্ৰমণে। নিতৌ হাজাৰ-হাজাৰ লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাত বিধ্বস্ত হৈ পৰিছে ৰাজ্যৰ অৱস্থা।

    মঙলবাৰৰ দিনটোত ৰাজ্যখনত নতুনকৈ ৪৪৭৫ গৰাকী লোক কৰ’ণাত আক্ৰান্ত হয়। ইয়াৰে ১৪১৭ গৰাকী কামৰূপ মেট্ৰ’ৰ।

    আজিৰ দিনটোত কৰ’ণাৰ ফলত ৪১ গৰাকী লোকে মৃত্যুবৰণ কৰে।

    আনহাতে আজিৰ দিনটোত সৰ্বমুঠ ৫৫,০০৩ গৰাকী লোকৰ কৰ’ণা টেষ্ট কৰা হৈছিল।

    কৰ’ণাই সকলোকে চিন্তিত কৰি তোলাৰ সময়তে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ আছে আজি আৰোগ্য লাভ কৰা লোকৰ শতাংশৰ হাৰ হৈছে ৮৮.৪৯ শতাংশ।

    টুইটৰ জৰিয়তে এই সকলো কথা জনাই ড০ হিমন্ত বিশ্ব শৰ্মাই।     

    আৰু পঢ়ক : জঘন্য ঘটনা; চি আৰ পি এফ জোৱানৰ কামনাৰ বলি হ’ল ২১ বছৰীয়া ছোৱালী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং