32.5 C
Guwahati
Thursday, October 14, 2021
More

    চুমন দুৱৰাৰ ‘এ লিটিল ছানচাইন’লৈ শ্ৰেষ্ঠ ভাৰতীয় চুটি ছবিৰ সন্মান

    দ্বিতীয় উৰুভাট্টি আন্তৰাষ্ট্ৰীয়  ছবি মহোৎসৱত গৌৰৱ কঢ়িয়াই আমনিলে চুমন দুৱৰাই। আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল চুমন দুৱৰাৰ অসমীয়া চুটি ছবি ”এ লিটিল ছানচাইন”।

    এই মহোৎসৱত ”এ লিটিল ছানচাইন” শীৰ্ষক চুটি ছবি খনে লাভ কৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছুটি চবিৰ সন্মান। ডা:হিতেশ বৰুৱাৰ প্ৰযোজনা নিৰ্মান হয় এই ছবিখন।

    এ লিটিল ছানচাইনত অভিনয় কৰে  অমৰজ্যোতি চৌধুৰী, অৰ্পনা দত্ত চৌধুৰী আৰু দেৱাশীষ বৰঠাকুৰে। অন্যহাতে ছবিখনত সংলাপ দিছে সঞ্জীৱ হাজৰিকা, সংগীত কৰিছে হিতেশ বৰুৱা আৰু চাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে দেৱজিত গায়নে।

    আৰু পঢ়ক : দুৰ্গা পূজাৰ বাবে ঘৰলৈ উভতি অহাৰ পথত ভয়ংকৰ বাছ দুৰ্ঘটনা, থিতাতে মৃত্যু ২৩ জনৰ আহত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং