30 C
Guwahati
Monday, September 20, 2021
More

    অসমৰ ২ যুৱকক ৪ দিন ধৰি হাত-ভৰি বান্ধি অকথ্য নিৰ্যাতন অৰুণাচলী লোকৰ

    অসমৰ ২ যুৱকক ৪ দিন ধৰি হাত-ভৰি বান্ধি অকথ্য নিৰ্যাতন অৰুণাচলী লোকৰ

    অৰুণাচলৰ গংগাত ৪ দিন ধৰি হাত-ভৰি বান্ধি আৱদ্ধ অসমৰ দুই যুৱকক।

    লখিমপুৰৰ পানধোৱাৰ ৰশ্বিদুল হক আৰু খুৰচেদ আলমক বান্ধি অকথ্য নিৰ্যাতন।

    এজন অৰুনাচলী লোকে নিজৰ ঘৰত বান্ধি ৰাখে যুৱক দুজনক।

    অৰুনাচলী লোক জনৰ বাসগৃহত প্ৰায় তিনিমাহ ধৰি কৰ্মৰত আছিল যুৱক দুজন।

    যুৱক দুজনে প্ৰাপ্য ধন বিচৰাত কাম সম্পূৰ্ণ নকৰাৰ অজুহাত বান্ধি ৰাখে দুয়োকে।

    বান্ধি যুৱক দুজনক মাৰপিট।

    অৱশেষত NPYF ৰ সভাপতি বিৰি জয়ৰ তৎপৰতাত উদ্ধাৰ দুয়োকে।

    দুয়োকে অৰুনাচলৰ গংগাত চিকিৎসাৰ ব্যৱস্থা।

    আৰু পঢ়ক : ৫ বছৰত ৩৫ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ মোদীৰ! কংগ্ৰেছৰ শাসনত কৰা বিকাশৰ হিচাপ দিবলৈ প্ৰত্যাহ্বান শ্বাহৰ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং