35 C
Guwahati
Tuesday, October 12, 2021
More

    টেট পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা, ২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট

    টেট পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা, ২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট। পূৰ্বে ঘোষণা কৰা সময় অনুসৰি ২০২১ বৰ্ষৰ ২৪ অক্টোবৰৰ দিনা টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিলে।

    এতিয়া সেই TET পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা কৰা হৈছে। শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে আজি টুইটাৰ যোগে টেট পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া নতুন সময়সূচী ঘোষণা কৰে।

    ২০২১ বৰ্ষৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষা এই বৰ্ষৰ ৩১ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’ব।

    আৰু পঢ়ক : মহিলাক পৰিকল্পিতভাৱে ধৰ্ষণ কৰি হত্যা, আটক নলবাৰীৰ ৩ যুৱক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং