32 C
Guwahati
Sunday, September 19, 2021
More

    শিৱসাগৰত এনকাউন্টাৰ! আৰক্ষীৰ পিষ্টল লৈ পলোৱাৰ চেষ্টা কৰোঁতেই গুলীচালনা, আহত ভূপেন বৰুৱা

    শিৱসাগৰত এনকাউন্টাৰ! আৰক্ষীৰ পিষ্টল লৈ পলোৱাৰ চেষ্টা কৰোঁতেই গুলীচালনা, আহত ভূপেন বৰুৱা

    সোমবাৰে নিশা শিৱসাগৰত এনকাউণ্টাৰ। অএনজিচি অসম সম্পদৰ তিনি বিষয়া কৰ্মচাৰীৰ অপহৰণ কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দেওবাৰে শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা ভূপেন বৰুৱা নামৰ অভিযুক্ত জন শিৱসাগৰ আৰক্ষীৰ কৱলৰ পৰা পলায়ন কৰাৰ চেষ্টা।

    নাজিৰা মহকুমা আৰক্ষী বিষয়াৰ চাৰ্ভিছ ৰিৱলভাৰ কাঢ়ি পলায়ন কৰাৰ চেষ্টা চলোৱাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে অভিযুক্ত ভূপেন বৰুৱাক গুলিয়াবলৈ বাধ্য হয়।

    এই এনকাউণ্টাৰত ভূপেন বৰুৱাৰ ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয়। বৰ্তমান চিকিৎসাৰ বাবে ভূপেন বৰুৱাক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

    আৰু পঢ়ক : কাইলৈ আমাৰ দৰে মানুহকো এনকাউন্টাৰ কৰিব, সাংবাদিককো মাৰিব গুলি: অখিল গগৈ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং