24.3 C
Guwahati
Friday, September 17, 2021
More

    মিজোৰামত ছহিদ হোৱা অসম আৰক্ষীৰ জোৱানক শ্ৰদ্ধাঞ্জলি, উপস্থিত মুখ্যমন্ত্ৰী

    মিজোৰামত ছহিদ হোৱা অসম আৰক্ষীৰ জোৱানক শ্ৰদ্ধাঞ্জলি, উপস্থিত মুখ্যমন্ত্ৰী

    সোমবাৰে অসম-মিজোৰাম সীমান্তত হোৱা গুলীয়াগুলীত অসম আৰক্ষীৰ ৫ জন জোৱানৰ মৃত্যু হয়।

    আজি ঘটনাৰ বুজ ল’বলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

    তাৰ পিছতেই ছহীদ হোৱা অসম আৰক্ষী জোৱানত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

    মিজোৰাম আৰক্ষীৰ গুলীত ছহীদ হোৱা আৰক্ষী কেইজনৰ নাম ছামছুদ জামান, লিটন শূক্লবৈদ্য, স্বপন ৰয়, মাজৰুল হক, সমুজ্জল বৰভূঞা, নজৰুল হক লস্কৰ।

    আৰু পঢ়ক : জাপানীজ এনকেফ্লাইটিছে কালৰূপ! গহপুৰত আক্ৰান্ত কেইবাজনো আছে বহু শিশুও

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং