লকডাউন শেষ, তেম্তে শীতৰ বন্ধত পৰিয়ালে সৈতে কৰবালৈ ফুৰিব যোৱাৰ কথা ভাবিছে নেকি! কিন্তু বাজেট কম। তেন্তে অসমৰ বাহিৰলৈ যোৱাৰ সলনি বাছনি কৰিব পাৰে মানকাচৰৰ অসম মেঘালয়ৰ সেওৰাগুৰি।
সেওৰাগুৰিৰ নৈসৰ্গিক পৰিৱেশে হাত বাউল দি মাতিছে পৰ্যটকক । এটা জলপ্ৰপাত হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰৰ সম্ভাৱ্য স্থান ।

প্ৰতিদিনেই শ শ মানুহ আহে জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ । মেঘালয়ৰ চৰকাৰক পৰ্যটকৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্ববান ৰাইজৰ ।
Input And Photo credit: Chanbor Ali