35 C
Guwahati
Tuesday, October 12, 2021
More

    গুজৰাটত নিৰুদ্দেশ দলগাৱঁৰ যুৱক,বিগত ৮ মাহ ধৰি নাই কোনা খা-খবৰ

    গুজৰাটত নিৰুদ্দেশ দলগাৱঁৰ যুৱক,বিগত ৮ মাহ ধৰি নাই কোনা খা-খবৰ

    দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাঙ্গালী গাঁৱৰ দীপক বৰাই প্ৰায় ৮ মাহ মান আগত ঘৰৰ পৰা গুজৰাটত কৰ্ম সূত্ৰে গৈছিল ৷

    কিন্তু আজি পৰ্যন্ত দীপক বৰাই ঘৰলৈ উভতি নহাত পৰিয়ালৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ সৈতে দীপক বৰাৰ ফোনতো নাই কোনো যোগাযোগ ৷

    ঘটনা সন্দৰ্ভত দীপকৰ পৰিয়ালে দলগাঁও থানাত এজাহাৰ দাখিল কৰিছিল যদিও কোনো ধৰনৰ শুংসূত্ৰ নাপালে ৷ দীপক ৮ মাহ ধৰি নিৰুদ্দেশ হৈ থকাৰ ফলত তাইৰ পত্নীৰ মুৰত সৰগ ভাগি পৰিছে ৷

    বাগানত কাম কৰি পত্নী গীতা বাৰাইয়ে তিনিটা লৰা ছোৱালীক পোহপাল দিব লগীয়া হৈছে ৷ কোনোবাই দীপক বৰাইৰ শুংসূত্ৰ পালে ৮৭৫৩৯৮২৪১৩/৬০০২০৩৮৩৯৬ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আনুৰোধ জনাইছে ৷

    ইনপুট: ৰিকি দাস

    আৰু পঢ়ক : কন্যাৰ ডিঙিত ফাঁচী লগাই পিতৃয়ে ত্ৰিশূলেৰে হত্যাৰ চেষ্টা, সকলো শিহৰণকাৰী দৃশ্য বন্দী কেমেৰাত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং