29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    Assam got talent ত উজ্বলি উঠিল মেঘালয়ৰ আলিশা ইছলাম

    Assam got talent ত উজ্বলি উঠিল মেঘালয়ৰ বাইটবাড়ীৰ বেগম আলিশা ইছলাম ।

    মেঘালয়ৰ আজিজুল ইছলামৰ ৮ বছৰীয়া বেগম আলিশা ইছলামে Assam Got talent session 5 ত দ্বিতীয় ৰানাৰ্ছ আপত লাভ কৰিবলৈ সক্ষম হয় ।

    ৮ বছৰীয়া কনমানিৰ এনেকুৱা প্ৰতিভা দেখি সকলোৱে প্ৰশংসা কৰিছে ।

    ইফালে , আজিজুল ইছলামে তেওঁৰ এই কনমানি ছোৱালীক লৈ বহু আশাবাদী । তেওঁ কয় যে এদিন তেওঁৰ ছোৱালীয়ে গোটেই ভাৰতবৰ্ষত জিলিকি উঠিব ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।