“খেলৰ মাজত সাপ ওলাই মনোৰঞ্জন দিলে সকলোকে, পৃথিৱীৰ বহু ঠাইত এনে ঘটনা হৈছে”অসম ক্ৰিকেট সন্থা

0
2512

“খেলৰ মাজত সাপ ওলাই মনোৰঞ্জন দিলে সকলোকে, পৃথিৱীৰ বহু ঠাইত এনে ঘটনা হৈছে”অসম ক্ৰিকেট সন্থা

বৰ্ষাপাৰাত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা খেল খনত ভাৰতে সুন্দৰ জয় লাভ কৰিলে। তাৰ পিছতে আজি ACA ৰ সম্পাদক দেৱজিৎ শইকিয়াই এখন সংবাদমেল সম্বোধন কৰে।

বৰ্ষাপাৰাত হৈ যোৱা ভাৰত দক্ষিণ আফ্ৰিকাৰ মাজত হৈ যোৱা খেলখনক লৈ এই সংবাদমেল সম্বোধন কৰা হৈছে। সংবাদমেলখন সম্বোধন কৰি দেৱজিৎ শইকিয়াই কয় যে আমি সকলোকে ধন্যবাদ জনাইছো।

সাপ ওলোৱা টো কোনো issue নহয় । অৱশ্যে সাপ ওলোৱা বাবে সকলো entertainment হ’ল । বেলেগ বেলেগ ঠাইতো বহুবাৰ সাপ ওলোৱা দেখা পোৱা গৈছিল।

আনহাতে ফ্লাড লাইট বন্ধ হোৱাৰ সন্দৰ্ভত তেওঁ কয় যে এটা সাধাৰন টেকনিকেল মিছ হোৱাৰ বাবে ১৫ মিনিট সময় লাগিছিল বন্ধ হৈ গৈছিল।

দৰাচলতে MCB চুইটছ টো পৰি যোৱাৰ বাবেহে লাইটো বন্ধ হৈ গৈছিল আৰু আহৈ বছৰ খেল হোৱা নাছিল বাবে কিছুমান খেলিমেলি দেখা পোৱা গৈছিল।

এই লাইট সমূহক এতিয়া LED লাইটলৈ পৰিবৰ্তন কৰা হ’ব। ইয়াৰ বাবে APDCLৰ কোনো ভূল নাই। তেওঁলোকে লাইন দিছিল যদিও আমি APDCL লাইন ব্যৱহাৰ কৰা নাই।

বৰ্ষাপাৰাত খেল খেলি তেওঁলোকে খুব ভাল পাইছে। আনহেতা বহু লোকে অভিযোগ দিছিল যে ষ্টেডিয়ামত দেওবাৰে খেলখনৰ সময়ত যি সমূহ খাদ্য দিছিলে সেই খাদ্য সমূহ বেছি দামত বিক্ৰী কৰিছিল।

সেই সন্দৰ্ভতো সম্পাদক গৰাকীয়ে কয় যে খাদ্য সামগ্ৰী বেছি দামত বিক্ৰী কৰিছে তেওলোকক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব আৰু ৩ লাখ টকাৰ জৰিমনাও বিহা হ’ব। IPL ৰো ৪ -৫ খন খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।