28 C
Guwahati
Saturday, October 1, 2022
More

    ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়া, ASI চবিন পল দাস গ্ৰেপ্তাৰ

    ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়া, ASI চবিন পল দাস গ্ৰেপ্তাৰ

    দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত আৰক্ষী বিষয়া । উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছে এজন উপ-পৰিদৰ্শক।

    গোৱালপাৰাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী। ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী বিষয়া, ASI চবিন পল দাস ।

    মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ জালত পৰে ঘোচখোৰ আৰক্ষী বিষয়া গৰাকী। মাটিয়া আৰক্ষী থানাত কৰ্মৰত আছিল চবিন পল দাস।

    থানাৰ ভিতৰতে ঘোচ লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং