15.1 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
More

    এইবাৰ গুৱাহাটী মহানগৰীৰ এই স্থানত উৎখাত দেহ ব্যাৱসায় চক্ৰ

    এইবাৰ গুৱাহাটী মহানগৰীৰ এই স্থানত উৎখাত দেহ ব্যাৱসায় চক্ৰ

    এক বিশেষ সূত্ৰৰ পম খেদি গুৱাহাটী মহানগৰ আৰক্ষীয়ে সোমবাৰে সন্ধিয়া ৰাজগড় অঞ্চলত দেহ ব্যাৱসায় চক্ৰ উৎখাত কৰিবলৈ কৰে।

    জানিব পৰা মতে, নয়নমনি ডেকা নামৰ এগৰাকী লোকে ৰাজগড় অঞ্চলৰ এটা তিনিমহলীয়া অট্টালিকাত বিগত বহুমাহ ধৰি এই দেহ ব্যাৱসায়ী চক্ৰটো চলাই আছিল।

    আৰক্ষীয়ে দেহ ব্যাৱসায়ী চক্ৰটোৰ সৈতে জড়িত ঘটনাৰ সৈতে এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰে।

    ইপিনে, তিনিগৰাকী লোককো সোধা-পোছাৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

    ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰখা হৈছে।

    আৰু পঢ়ক : কুঁৱলীক লৈ ৰাজ্যৰ ১৫ খন জিলাত সতৰ্কতা জাৰি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং