22 C
Guwahati
সোমবাৰ, ডিচেম্বৰ 6, 2021
More

    ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়ক…

    ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ জালত পৰিল এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়ক। অসম কেবিনেট মন্ত্ৰীসভাৰ এগৰাকী অন্যতম মন্ত্ৰীৰ ব্যক্তিগত সহায়কক গ্ৰেপ্তাৰ।

    দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লক্ষী গগৈ নামৰ লোকগৰাকীক। এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লক্ষী গগৈ।

    ইতিমধ্যে লক্ষী গগৈক জেল হাজোতলৈ প্ৰেৰণ। কেছ নম্বৰ 3821/21 under section 376 ,417 ধাৰাত গ্ৰেপ্তাৰ লক্ষী গগৈ নামৰ লোকগৰাকীক ।

    ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা গগৈক ইতিমধ্যে আদালতলৈ লৈ যোৱা হৈছ। পূৰ্বৰ প্ৰেমিকাক বিয়া পতাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ লক্ষী গগৈৰ বিৰুদ্ধে।

    যোৱা নিশা ২০ অক্টোবৰ তাৰিখে জাপৰিগোগৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লক্ষী গগৈক।

    আৰু পঢ়ক : ৩ গৰাকী দ্বিগ্বজ ক্ৰিকেটাৰ যিয়ে ভাৰত আৰু পাকিস্তানৰ হৈ ক্ৰিকেট খেলি ইতিহাস ৰচনা কৰিছিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং