20 C
Guwahati
সোমবাৰ, ডিচেম্বৰ 6, 2021
More

    নাগালেণ্ডৰ এম্বুশ্বৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, চৰকাৰক সত্য তথ্য ৰাজহুৱা কৰাৰ দাবী

    নাগালেণ্ডৰ এম্বুশ্বৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, চৰকাৰক সত্য তথ্য ৰাজহুৱা কৰাৰ দাবী

    অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ প্ৰথমখন SOP প্ৰকাশ, কি কি নিৰ্দেশনা আছে SOP-ত?

    অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ প্ৰথমখন SOP প্ৰকাশ, কি কি নিৰ্দেশনা আছে SOP-ত?

    মহাৰাষ্ট্ৰত একেদিনাই ৮ গৰাকী লোক ওমিক্ৰণ প’জিটিভ, দেশৰ ওমিক্ৰণ প’জিটিভ লোকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি

    মহাৰাষ্ট্ৰত একেদিনাই ৮ গৰাকী লোক ওমিক্ৰণ প’জিটিভ, দেশৰ ওমিক্ৰণ প’জিটিভ লোকৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি

    পাকিস্তানত গণপ্ৰহাৰত শ্ৰীলংকাৰ নাগৰিকৰ মৃত্যু, ৰাজপথতে জ্বলাই দিলে মৃতদেহ

    পাকিস্তানত গণপ্ৰহাৰত শ্ৰীলংকাৰ নাগৰিকৰ মৃত্যু, ৰাজপথতে জ্বলাই দিলে মৃতদেহ

    কাল হৈ নামিল বনভোজ- সন্তানৰ সৈতে খেলি থাকোতেই নদীত সন্ধানহীন এগৰাকী অভিযন্তা

    কাল হৈ নামিল বনভোজ- সন্তানৰ সৈতে খেলি থাকোতেই নদীত সন্ধানহীন এগৰাকী অভিযন্তা। পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈছিল এন আ এল (NRL) ৰ এগৰাকী অভিযন্তা। গোলাঘাটৰ...

    পুনৰ অঘটন, ১০০ বিঘাৰো অধিক পকা ধাননি পথাৰত জুই

    আজিৰ দিনটোতে ৰাজ্যত দ্বিতীয়তো অত্যন্ত দুখজনক খবৰ। মঙলদৈৰ পিছত এইবাৰ ৰঙিয়াত পকা ধাননি পথাৰ মুহূৰ্ততে জুই জ্বলি ছাই হৈ পৰে। মঙলদৈত ৬০ বিঘা ধানৰ...

    “গৃহ বিভাগে প্ৰকৃততে কি কৰি আছে? দেশত সেনা, সাধাৰণ নাগৰিক কোনো সুৰক্ষিত নহয়,” নাগালেণ্ডৰ ঘটনাক লৈ কেন্দ্ৰক প্ৰশ্ন ৰাহুল গান্ধীৰ

    “গৃহ বিভাগে প্ৰকৃততে কি কৰি আছে? দেশত সেনা, সাধাৰণ নাগৰিক কোনো সুৰক্ষিত নহয়,” নাগালেণ্ডৰ ঘটনাক লৈ কেন্দ্ৰক প্ৰশ্ন ৰাহুল গান্ধীৰ

    ইণ্ডোনেছিয়াত চেমেৰু আগ্নেয়াগিৰিৰ উদগীৰণ, মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

    ইণ্ডোনেছিয়াত চেমেৰু আগ্নেয়াগিৰিৰ উদগীৰণ, মৃত্যু হোৱা লোকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি

    পুনৰ গুলিচালনা নাগালেণ্ডত- অসম ৰাইফলচৰ কেম্পত অগ্নিসংযোগৰ চেষ্টা, এজনৰ মৃত্যু বহু লোক আহত

    পুনৰ গুলিচালনা নাগালেণ্ডত- অসম ৰাইফলচৰ কেম্পত অগ্নিসংযোগৰ চেষ্টা, এজনৰ মৃত্যু বহু লোক আহত। উগ্ৰমুৰ্তি ধাৰণ কৰিছে নগা লোক সকলে। অসম ৰাইফলছৰ কেম্পৰ ভিতৰত প্ৰৱেশ...

    উত্তপ্ত নাগালেণ্ড! ইণ্টাৰনেট সেৱা বাতিল, অসম ৰাইফলচৰ কেম্পত অগ্নিসংযোগৰ চেষ্টা

    উত্তপ্ত পৰিস্থিত হৈ পৰিছে নাগালেণ্ড। সাধাৰণ নাগৰিকৰ মাজত দেখিবলৈ পোৱা গৈছে ক্ষোভ। অসম ৰাইফলছৰ হাতত ১৩ জনকৈ নিৰীহ নগা যুৱকৰ মৃত্যুৰ পিছতে উত্তপ্ত হৈ...

    উৎকোচ লৈ থকাৰ সময়তে শিৱসাগৰত গ্ৰেপ্তাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক

    উৎকোচ লৈ থকাৰ সময়তে শিৱসাগৰত গ্ৰেপ্তাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক

    বৰ্বৰ; প্ৰতিবাদকাৰীৰ ওপৰেৰে গাড়ী চলাই দি ৫ গৰাকী প্ৰতিবাদকাৰীক হত্যা সেনা বাহিনীৰ

    বৰ্বৰ; প্ৰতিবাদকাৰীৰ ওপৰেৰে গাড়ী চালই দি ৫ গৰাকী প্ৰতিবাদকাৰীক হত্যা সেনা বাহিনীৰ

    ওমিক্ৰণৰ সংক্ৰমণ, আমেৰিকা ভ্ৰমণৰ বাবে কি নতুন নিয়মৰ নিৰ্দেশনা?

    ওমিক্ৰণৰ সংক্ৰমণ, আমেৰিকা ভ্ৰমণৰ বাবে কি নতুন নিয়মৰ নিৰ্দেশনা?

    অতিকে দুৰ্ভাগ্যজনক ঘটনা, ৬০ বিঘাৰো অধিক পকা ধাননি পথাৰ মুহূৰ্ততে জুই জ্বলি ছাই

    অতিকে দুৰ্ভাগ্যজনক ঘটনা, ৬০ বিঘাৰো অধিক পকা ধাননি পথাৰ মুহূৰ্ততে জুই জ্বলি ছাই অতিকে দুৰ্ভাগ্যজনক ঘটনা, ৬০ বিঘাৰো অধিক পকা ধাননি পথাৰ মুহূৰ্ততে জুই জ্বলি...

    হাতীগাঁও মিলন ছেত্ৰী হত্যাকাণ্ডৰ ৰহস্য ফাদিল, মৰণোত্তৰ পৰীক্ষাত সদৰি সকলো কথা

    হাতীগাঁও মিলন ছেত্ৰী হত্যাকাণ্ডৰ ৰহস্য ফাদিল, মৰণোত্তৰ পৰীক্ষাত সদৰি সকলো কথা হাতীগাঁও মিলন ছেত্ৰী হত্যাকাণ্ডৰ ৰহস্য ফাদিল, মৰণোত্তৰ পৰীক্ষাত সদৰি সকলো কথা। মিলন ছেত্ৰী হত্যাকাণ্ডৰ...

    ‘আমাৰ জীৱন এক ঘূৰণীয়া বৃত্ত’- ভৱিষ্যত কি মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হোৱা লোকৰ…

    সেই ক'লা গহ্বৰত কষ্ট ঠিকেই, কিন্তু খাদ্য সময়ত পায়, পিন্ধিবলৈ দুখন কাপোৰ পায়, চালৰ পৰা পানী নপৰাকৈ থকা এক বাসস্থান পায়। কিন্তু....এই খিনিতো আহি পৰে এক ডাঙৰ 'কিন্তু' অথবা এক 'প্ৰশ্ন বোধক'।

    ‘আমাৰ জীৱন এক ঘূৰণীয়া বৃত্ত’- ভৱিষ্যত কি মানৱ সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ হোৱা লোকৰ…

    সেই ক'লা গহ্বৰত কষ্ট ঠিকেই, কিন্তু খাদ্য সময়ত পায়, পিন্ধিবলৈ দুখন কাপোৰ পায়, চালৰ পৰা পানী নপৰাকৈ থকা এক বাসস্থান পায়। কিন্তু....এই খিনিতো আহি পৰে এক ডাঙৰ 'কিন্তু' অথবা এক 'প্ৰশ্ন বোধক'।

    মতামত

    ভাৰতবৰ্ষৰ গণমাধ্যমত নাৰীৰ প্ৰতিনিধিত্ব

    ভাৰতবৰ্ষৰ গণমাধ্যমত নাৰীৰ প্ৰতিনিধিত্ব বনশ্ৰী বৈশ্য গণমাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণ্য কৰা হয় । বর্তমান সমাজৰ প্রতিটো ক্ষেত্রতে গণমাধ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে । গণমাধ্যমক...

    ভাৰতীয় হকীৰ পুনৰুত্থান, আনন্দৰ ঢৌত পাহৰি গ’লে নহ’ব ওড়িশাৰ মুখ্য মন্ত্ৰী নবীন পাটনায়কৰ ভূমিকাক

    অলিম্পিকত ভাৰতীয় দলে আজি ব্ৰঞ্জৰ পদক দখল কৰাৰ পাছতে সকলোৱে ভাৰতীয় হকী দলক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতীয় হকী দলৰ এই প্ৰদৰ্শনৰ আৰত আছে ওড়িশাৰ মুখ্য মন্ত্ৰীৰ বিশাল অৱদান

    সেন্দুৰ কিয় ব্যৱহাৰ কৰিব লাগে বা নালাগে..

    সেন্দুৰ কিয় ব্যৱহাৰ কৰিব লাগে বা নালাগে.. সেন্দুৰ কি, কিয় কোনে ব্যৱাহৰ কৰে সেই বিষয়ে হয়তো নতুনকৈ কব লগা নাই। পিছে ইয়াৰ পিছত থকা পৌৰাণিক...

    জলাতংক ৰোগ আৰু তাৰ প্ৰতিকাৰ

    অভ্ৰিতা অৰ্চা বড়া ভাৰতবৰ্ষত সাধাৰণতে দেখা দিয়া এবিধ মাৰাত্মক ৰোগ হল জলাতংক ৷ এই ৰোগটোৱে মানুহ আৰু জীৱ-জন্তু উভয়কে মৃত্যুৰ মুখলৈ ঠেলি দিয়ে| এই ৰোগটোৰ...

    লকডাউন আৰু অসমৰ শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰভাৱ

    অসম, যিখন দেশত শিক্ষাৰ প্ৰসাৰতাৰ আধুনিকীকৰণৰ বাবে চৰকাৰে প্ৰতিবছৰে বুজন পৰিমাণৰ ধনৰাশি অনুমোদন কৰি আহিছে সেইখন অসমত কিন্তু শিক্ষাৰ পোহৰ এতিয়াও প্ৰতিগৰাকী শিশুৰ ওপৰত পৰাটো অৱান্তৰ কথা। এই ব্যৱস্থাটো নিম্নগামী হোৱাৰ দিশে আগবাঢ়িছে যেতিয়াৰ পৰা অনলাইন পাঠদানৰ আৰম্ভ হ'ল।

    ক’ভিড ১৯ আৰু অসমৰ শিক্ষা ব্যৱস্থা: চিন্তনীয় বিষয়

    ক'ভিড ১৯ আৰু অসমৰ শিক্ষা ব্যৱস্থা: চিন্তনীয় বিষয় প্ৰীতি শৰ্মা বৰুৱা সমগ্ৰ বিশ্বজুৰি অব্যাহত থকা কৰ'ণা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা অনাহক পৰিস্থিতি সম্পৰ্কে বাখ্যাৰ...

    শিক্ষাবৰ আৰু সমাজৰ কৰণীয়

    উৰ্মিলা পাটগিৰি - শিক্ষাবৰ আৰু সমাজৰ কৰণীয় শিক্ষাবৰ আৰু সমাজৰ কৰণীয় - মানৱ সম্পদ গঠনত মুখ্য সহায়ক হল শিক্ষক এজনৰ মহানুভৱতা। নিজৰ জ্ঞানৰ পৰিসীমাৰে শিশু...

    সংসাৰত নাৰীৰ বৈশিষ্ট

    উৰ্ৱশী তালুকদাৰ- সংসাৰত নাৰীৰ বৈশিষ্ট সংসাৰখন নাৰী আৰু পুৰুষ লৈয়ে গঠিত। সৃষ্টিত দুয়ো দুটা সুকীয়া বৈশিষ্টৰ অধিকাৰী। এখন সংসাৰ কৰিবলৈ নাৰী পুৰুষ দুয়োজনৰে সমান প্ৰয়োজনীয়তা।...

    লকডাউন, ভ্ৰাম্যমাণ আৰু আমাৰ জীয়াই থকাৰ প্ৰশ্ন

    ভূপেন্দ্ৰ কুমাৰ গোস্বামী - লকডাউন, ভ্ৰাম্যমাণ আৰু আমাৰ জীয়াই থকাৰ প্ৰশ্ন লকডাউন, ভ্ৰাম্যমাণ আৰু আমাৰ জীয়াই থকাৰ প্ৰশ্ন - যাত্ৰাপাৰ্টীৰে আৰম্ভ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰ হৈছে...

    নমস্কাৰ , মই ধৰ্ষিতাই কৈছো…

    নমস্কাৰ , মই ধৰ্ষিতাই কৈছো… নমস্কাৰ , মই ধৰ্ষিতাই কৈছো….মই অপৰাধী! আপোনালোকেই সজাইছে মোক অপৰাধী। কিয়নো মোক ধৰ্ষণ কৰা হল। কিন্তু মোৰ অপৰাধ কি আছিল?...

    তৰুণ গগৈ, সঁচাকৈয়ে তেখেত তৰুণঃ ৰাজনীতিৰ পথাৰত তেখেত আছিল অধ্যক্ষ, আমি তেখেতৰ ছাত্ৰ…

    যেতিয়া সৰু আছিলো তেতিয়া দেউতাৰ মুখৰ পৰা শুনিছিলোঁ তেখেতৰ কথা। যেতিয়া এনএছইউআই, যুৱ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰিলোঁ তে

    ‘মঙহ দহাৰ গোন্ধ’

    খন্তেক সময়ৰ অসাৱধানতাই জীৱনলৈ কঢ়িয়াই আনিব পাৰে অমানিশা। সাময়িক সুখৰ সন্ধানতে হয়তো হেৰাই যাব পাৰে জীৱনৰ দুৰ্লভ কিছু

    আপুনি কংগ্ৰেছী নে বাওঁপন্থী?

    সাম্প্ৰতিক সময়ত ছচিয়েল মিডিয়াত বহূলভাৱে চৰ্চিত প্ৰশ্নটোৱেই হ’ল আপুনি কংগ্ৰেছী নে বাওঁপন্থী ? বৰ্তমান সময়ত কোনোবাই যদি ছচিয়েল মিডিয়াত

    মৃত্যুতকৈ জীৱন কিয় শ্ৰেষ্ঠ!

    দুদিনমানৰ আগৰ কথা। দুটামান ঘটনাই মোক অলপমান জোকাৰি গৈছিল। আপোনালোকো নিশ্চয় এনে ঘটনাৰ সাক্ষী হৈ ৰ’ল। তথাপি যেন তেনে ঘটনা

    কৰ’ণা ভাইৰাছৰ ত্ৰাস; বাতৰি কাকতৰ অভিজ্ঞতাৰে

    কিছুদিনৰ পৰা ছপা মাধ্যমৰ সন্মুখলৈ যথেষ্ট প্ৰত্যাহ্বান আহিছে। এয়া প্ৰধানত: বাণিজ্যিক বিষয়। সেই প্ৰত্যাহ্বানৰ সৈতে যুঁজি থাকোতেই এই আহিছে আন এক প্ৰত্যাহ্বান। সেয়া হ'ল কভিড১৯ৰ অতিমাৰীৰ ফলত আৰম্ভ হোৱা পৰিৱেশ। এনে এক ধাৰণাৰ সৃষ্টি কৰা হৈছে যে বাতৰি কাকতে কভিড বিয়পাব

    জৈৱিক চাহ-খেতিৰ বাটকটীয়া গোবিন হাজৰিকা

    পৰম্পৰাগতভাৱে যিসকলে কৃষি কাৰ্য কৰিছিল তেওঁলোকেই আছিল প্ৰাকৃতিকভাৱে জৈৱিক খেতিয়ক। কিন্তু চাহ উদ্যোগত জৈৱিক কৃষি অকল্পনীয় আছিল। সেই সময়তে গোবিন হাজৰিকাই আৰম্ভ কৰিছিল জৈৱিক খেতি

    টোল গেট আৰু অখিল গগৈৰ গ্ৰেপ্তাৰ!

    ভাবিবলৈ লৈছো CAA বিৰোধী আন্দোলনৰ আলম লৈ অখিল গগৈক গ্ৰেপ্তাৰৰ আঁৰত টোলগেট মুকলিৰ সংযোগ আছে

    পৰিপক্ক জুবিন

    অসমৰ পটভূমিত যিসকল সাংস্কৃতিক কৰ্মীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে সেই সকলৰ অধিকাংশই চলচ্চিত্ৰ মাধ্যম টোকে প্ৰথমতে আগস্থান দিয়া পৰিলক্ষিত হয়। মহাপুৰুষ শ্ৰীমন্ত...

    গুৱাহাটীৰ বাবে কি কৰিছো আমি?

    সিদিনাও এজন ভদ্ৰলোকে সুধিছিল- আপোনাৰ ঘৰ ক'ত? মানে তেওঁ জানিব খুজিছিল- গুৱাহাটীৰ ক'ত থাকো? মোৰ মুখেৰে উত্তৰটো ওলাল- চামগুৰি। নগাঁৱৰ চামগুৰি। তেওঁ আচৰিত হৈছিল। প্ৰশ্নটোৰ সংশোধন...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি কথাত ভোল নগৈ আদিম যুগৰে পৰা...

    টাইমকাষ্ট

    ৰহস্যৰ আউল, Episode-2

    ৰহস্য এনে এক শব্দ যাৰ ভেদ খুলিবলৈ সকলোৱে চাই। সেই ৰহস্যৰ অন্তৰালত কিনো থাকে তাক জানিবলৈ সকলোৱে উৎসুক হৈ পৰে। পিছে তাৰ মাজতো এনে...

    এডিটৰছ্ পিক

    কৃষকৰ প্ৰতিবাদৰ বিপৰীতে, কা আন্দোলনত আছিল সত্যতাৰ অভাৱ; নেতাসকলে...

    কৃষকসকলৰ প্ৰতিবাদৰ বিপৰীতে, কা আন্দোলনত আছিল সত্যতাৰ অভাৱ; নেতাসকলে ছেমৰ দৰে লোকক ব্যৱহাৰ কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ

    ‘তেতিয়াৰ হাইহিল আৰু এতিয়াৰ হাতমোজা’, আফগান মহিলাৰ স্বাধীনতাৰ কেইখনমান...

    'তেতিয়াৰ হাইহিল আৰু এতিয়াৰ হাতমোজা', আফগান মহিলাৰ স্বাধীনতাৰ কেইখনমান জীয়া ছবি... সকলোৱেই উন্নতিৰ জখলতা বগাবলৈ ধৰিছে। উন্নয়শীলৰ পৰা উন্নত হৈছে। এৰি থৈ আহিছে অতীতৰ পিছ...

    পৰমাণু বোমা নিক্ষেপৰ বাবে নাগাচাকিৰ নামেই নাছিল তালিকাত, সেয়া...

    পৰমাণু বোমা নিক্ষেপৰ বাবে নাগাচাকিৰ নামেই নাছিল তালিকাত, সেয়া আছিল 'কৌকুৰা'ৰ সৌভাগ্য আৰু 'নাগাচাকি'ৰ দুৰ্ভাগ্য…. ১৯৪৫ চনৰ ৯ আগষ্ট, সকলো লোকেই নিজৰ নিজৰ কৰ্মত ব্যস্ত...

    বিষ্ণু প্ৰসাদ ৰাভাক কোনে আৰু কিয় প্ৰদান কৰিছিল ‘কলাগুৰু’...

    বিষ্ণু প্ৰসাদ ৰাভাক কোনে আৰু কিয় প্ৰদান কৰিছিল 'কলাগুৰু' উপাধি।

    শীৰ্ষ খবৰ

    নিশাৰ মহানগৰীত দুটাকৈ পথ দুৰ্ঘটনা, মহতিয়াই নিলে এজনক

    নিশাৰ মহানগৰীত দুটাকৈ পথ দুৰ্ঘটনা, মহতিয়াই নিলে এজনক। মহানগৰীত ধাৰাবাহিক পথ দুৰ্ঘটনা। দিছপুৰ জনতা ভৱনৰ সন্মুখত ভয়াৱহ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনে মহতিয়াই থৈ গ'ল এজন...

    উত্তপ্ত নাগালেণ্ড! নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ১৩ জন নগা যুৱক,এজন ভাৰতীয় জোৱান স্বহীদ

    শনিবাৰে নিশাৰ ভাগত উত্তপ্ত হৈ পৰে নাগালেণ্ড।নাগালেণ্ডৰ তিৰু আৰু ওটিং বস্তিৰ মাজত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হয় প্ৰায় ১৩ জন নগা...

    দক্ষিণ কামৰূপত ৪৫ বছৰীয়া লম্পটৰ ধৰ্ষণৰ বলি ৬ বছৰীয়া শিশু, গ্ৰেপ্তাৰ

    দক্ষিণ কামৰূপত ৪৫ বছৰীয়া লম্পটৰ ধৰ্ষণৰ বলি ৬ বছৰীয়া শিশু, গ্ৰেপ্তাৰ

    “মই ভেকচিন ল’ব নোৱাৰো…মোক বেয়া নাপাব,” ভেকচিন দেখি শৰীৰত ঐশ্বৰিক শক্তি লম্ভাৰ অভিনয় মহিলাৰ

    “মই ভেকচিন ল’ব নোৱাৰো...মোক বেয়া নাপাব,” ভেকচিন দেখি শৰীৰত ঐশ্বৰিক শক্তি লম্ভাৰ অভিনয় মহিলাৰ

    বিজু ফুকন বঁটা, নিপন গোস্বামীলৈ জীৱন জোৰা সাধনা, টাইম-৮লৈ ডিজিটেল মিডিয়া বঁটা

    বিজু ফুকন বঁটা, নিপন গোস্বামীলৈ জীৱন জোৰা সাধনা, টাইম-৮লৈ ডিজিটেল মিডিয়া বঁটা

    ভয়ংকৰ পথ দুৰ্ঘটনা; আৰক্ষী কনিষ্টবল জয়দীপ পালৰ মৃত্যু

    ভয়ংকৰ পথ দুৰ্ঘটনা; আৰক্ষী কনিষ্টবল জয়দীপ পালৰ মৃত্যু

    ওমিক্ৰণৰ ভয়াৱহতাৰ মাজতে এই পাঁচখন ৰাজ্যক সতৰ্ক কৰি দিলে কেন্দ্ৰ চৰকাৰে

    ওমিক্ৰণৰ ভয়াৱহতাৰ মাজতে এই পাঁচখন ৰাজ্যক সতৰ্ক কৰি দিলে কেন্দ্ৰ চৰকাৰে

    কেন্দ্ৰীয় কাৰাগাৰৰ কমেও ৬৫ জন কয়দী আৰু কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত

    কেন্দ্ৰীয় কাৰাগাৰৰ কমেও ৬৫ জন কয়দী আৰু কৰ্মচাৰী ক’ভিড-১৯ত আক্ৰান্ত

    তামিলনাডুৰ সকলো চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ পৰীক্ষা বাধ্যতামূলক কৰাৰ নিৰ্দেশ চৰকাৰৰ

    তামিলনাডুৰ সকলো চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ পৰীক্ষা বাধ্যতামূলক কৰাৰ নিৰ্দেশ চৰকাৰৰ

    গুৱাহাটীৰ প্ৰখ্যাত ব্যৱসায়ী অভিজিৎ গোস্বামীৰ আত্মহত্যা

    গুৱাহাটীৰ প্ৰখ্যাত ব্যৱসায়ী অভিজিৎ গোস্বামীৰ আত্মহত্যা

    অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হৈ কি আহ্বান জনালে জুবিন গাৰ্গে?

    অনিমেষ ভূঞাৰ বাসগৃহত উপস্থিত হৈ কি আহ্বান জনালে জুবিন গাৰ্গে?

    যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণ, ঘটনাস্থলীতে নিহত ৩১ গৰাকী নিৰপৰাধী লোক

    যাত্ৰীবাহী বাছত সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণ, ঘটনাস্থলীতে নিহত ৩১ গৰাকী নিৰপৰাধী লোক

    ট্ৰেণ্ডিং

    জীৱনশৈলী

    কেট্ৰিনা-বিকিৰ বিয়া! অতিথিয়ে পালন কৰিব লাগিব বিশেষ নিয়ম, থাকিব চিক্ৰেট ক’ড

    কেট্ৰিনা-বিকিৰ বিয়া! অতিথিয়ে পালন কৰিব লাগিব বিশেষ নিয়ম, থাকিব চিক্ৰেট ক'ড বৰ্তমান সময়ত বলিউডত বিশেষ চৰ্চিত খবৰটো হৈছে কেট্ৰিনা কাইফ আৰু বিকী কৌচলৰ বিয়া। খবৰ...

    ৭-৮-৯ ডিচেম্বৰ বিয়াৰ অনুষ্ঠান, সকলো তৈয়াৰী সম্পূৰ্ণ, ৪৫ হোটেল...

    ৭-৮-৯ ডিচেম্বৰ বিয়াৰ অনুষ্ঠান, সকলো তৈয়াৰী সম্পূৰ্ণ, ৪৫ হোটেল বুক…কিন্তু আহিব নোৱাৰে কেটৰিনাৰ কোনো আলহী বিয়াৰ খবৰে গৰম হৈ আছে বলীউডৰ চোতাল। বিয়া একেবাৰে দুৱাৰডলিত।...

    কোনেও কৰিব নোৱাৰা কাম কৰি পেলালে বিগ বছে, বিচাৰি...

    ৰাখী সাৱন্ত আৰু এণ্টাৰটেইনমেণ্ট একেটা মুদ্ৰা বুলিলেও ভুল কোৱা নহব। যাৰ বাবে টিভিৰ অন্যতম ৰিয়েলিটী শ্বো বিগবছৰ টি আৰ পি নামিবলৈ ধৰাত ৱাইল্ড কাৰ্ড...

    এ আৰ ৰহমানৰ কন্যাৰ কণ্ঠ শুনিছেনে…পিতৃয়ে শ্বেয়াৰ কৰিলে কন্যাৰ...

    এ আৰ ৰহমানৰ কন্যাৰ কণ্ঠ শুনিছেনে…পিতৃয়ে শ্বেয়াৰ কৰিলে কন্যাৰ এক অনুষ্ঠানৰ সংগীত পৰিৱেশন কৰা ভিডিঅ, যি সকলোতে ভাইৰেল ভাৰতৰ সংগীত জগতৰ অন্যতম তাৰকা এ আৰ...

    বিবাহ বিচ্ছেদৰ দিশে নেকি প্ৰিয়ংকা-নিক? জোনাছ উপাধি গুচাই দিলে...

    বিবাহ বিচ্ছেদৰ দিশে নেকি প্ৰিয়ংকা-নিক? জোনাছ উপাধি গুচাই দিলে প্ৰিয়ংকাই, লগতে দিলে বিশেষ মন্তব্য বিবাহ বিচ্ছেদৰ দিশে নেকি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জোনাছ...

    চিনেমাৰ অফাৰ পাইছে ৰানু মণ্ডলে, তাকো ভাৰতৰ নহয় বিদেশৰ...

    চিনেমাৰ অফাৰ পাইছে ৰানু মণ্ডলে, তাকো ভাৰতৰ নহয় বিদেশৰ ছবিজগতত…ফিল্মষ্টাৰে নিজেই কৰিলে সদৰি ছচিয়েল মিডিয়া ছেনছেশ্বন ৰানু মণ্ডল। ২০১৯ চনত ফুটপাথত লতা মংগেশকাৰ 'এক প্যাৰ...

    ৪৬ বছৰ বয়সত যমজ সন্তানৰ মাতৃ হ’ল প্ৰীতি জিণ্টা,...

    ৪৬ বছৰ বয়সত যমজ সন্তানৰ মাতৃ হ'ল প্ৰীতি জিণ্টা, ২০১৬ চনত বিবাহ পাশত আৱদ্ধ হৈছিল ৪৬ বছৰ বয়সত যমজ সন্তানৰ মাতৃ হল প্ৰীতি জিণ্টা, ২০১৬...

    ভিডিঅ'

    গেলেৰী