29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    এজেপি আৰু ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অৰবিন্দ কেজৰিৱালে!

    এজেপি আৰু ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব অৰবিন্দ কেজৰিৱালে!

    বিধানসভা নিৰ্বাচন সমাগত ।এই সময়চোৱাত প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিজা নিজা ৰণকৌশলত।ইয়াৰ মাজতে সোমবাৰে জি এম চি এইচত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত বৈঠক অনুষ্ঠিত হয় ।

    এই বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে কয় যে তেওঁলোকৰ বহুতো জাতীয়তাবাদী দলৰ লগত সম্পৰ্ক আছে যাৰ ৰাষ্ট্ৰীয় দলৰ লগত কোনো সম্পৰ্ক নাই।

    ইয়াৰ মাজতে কয় যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালে।

    প্ৰায় ২ ঘন্টা ধৰি চলা বৈঠকৰ অন্তত গগৈয়ে কয় যে অতিশীঘ্ৰে দুই প্ৰকাশ কৰিব প্ৰাৰ্থীত্বৰ তালিকা। আসন বুজাবুজিৰ সন্দৰ্ভত এই বৈঠকত আলোচনা হয়।

    আৰু পঢ়ক :  হিমন্ত বিশ্ব শৰ্মাই ল’লে ক’ভিড১৯ ভেকচিনৰ প্ৰথমটো ড’জ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।