Breaking: ‘জাতিৰ লগত Compromise নহ’ব’- CJM আদালত হাজিৰ কৰোৱাৰ সময়ত ক’লে শৃংখল চলিহাই

গুৱাহাটী CJM আদালতত ২ বজাত হাজিৰ কৰোৱাৰ কথা আছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক

0
87

শৃংখল চলিহাক CJM আদালত হাজিৰ কৰোৱা হৈছে। গুৱাহাটী CJM আদালতত ২ বজাত হাজিৰ কৰোৱাৰ কথা আছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক। শৃংখল চলিহাক আদালতত হাজিৰ কৰোৱাৰ লগে লগে সমৰ্থনকাৰীয়ে ‘জয় আই অসম’ আৰু ‘কেব আমি নামানো’ ধ্বনিৰে উত্তাল কৰি তোলে আদালতৰ মজিয়া।

‘জাতিৰ লগত Compromise নহ’ব, অসম আইৰ লগত Compromise নহ’ব।’- Tim8ৰ কেমেৰাৰ সন্মুখত এই মন্তব্য কৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। উল্লেখ্য যে ২৩ ডিচেম্বৰত ডিব্ৰুগড়ৰ বৰবৰুৱা বাইপাচৰ পৰা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল।

Photo: Time8