কাইলৈ গুৱাহাটীত অস্ত্ৰ–শস্ত্ৰসহ প্ৰায় ৩০০ কেডাৰে কৰিব আত্মসমৰ্পণ!

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব এই অনুষ্ঠানত

0
59

বৃহস্পতিবাৰে বিদ্ৰোহী সংগঠন ULFA(I), NDFB-S আৰু KLOৰ সৈতে জড়িত প্ৰায় ৩০০ কেডাৰে গুৱাহাটীত অস্ত্ৰ–শস্ত্ৰসহ আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা।

গুৱাহাটীৰ GMCH অ’ডিটৰিয়ামত অনুষ্ঠিত হ’বলগীয়া এক সমাৰোহত NDFB-Sৰ দুজন শীৰ্ষ নেতাই অস্ত্ৰ–শস্ত্ৰসহ আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব এই অনুষ্ঠানত। বিগত সপ্তাহত SoOৰ চুক্তিত স্বাক্ষৰ কৰা NDFB-Sৰ কেডাৰসকলেও কাইলৈ অস্ত্ৰ–শস্ত্ৰসহ আত্মসমৰ্পণ কৰিব!