26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অনুষ্কা শৰ্মাৰ বৃহৎ সিদ্ধান্ত, অনুৰাগী সকল আশাহত

    অভিনেত্ৰী অনুষ্কা শৰ্মাই অৱশেষত গ্ৰহণ কৰিলে এক বিশেষ সিদ্ধান্ত । অভিনয়ৰ পৰা দূৰত থাকিব অনুষ্কা হয় অভিনয়ৰ পৰাই জনপ্ৰিয় হোৱা অনুষ্কাই অভিনয়ক বিদায় দিলে। কন্যা ভমিকাৰ বাবেই এই সিদ্ধান্ত ।

    অৱশ্যে সদায়ৰ বাবে নহয় কিছু সময়ৰ বাবেহে অভিনয়ক বিদায় অভিনেত্ৰীগৰাকীৰ। কৰ’ণাৰ তৃতীয় ঢৌৰ আগমনৰ আগে আগে এই সিদ্ধান্ত গ্ৰহণ কৰে অনুষ্কাই।

    ২০১৮ চনৰ শ্বাহৰুখ খান আৰু কেটৰিনা কেইফৰ সৈতে কৰা জিৰো আছিল অন্তিম খন ছবি। তাৰ পিছৰে পৰা বিৰাট কোহলীৰ সৈতে সময় অতিবাহিত কৰাৰ লগতে ২০২১ৰ জানুৱাৰীত ভমিকাৰ জন্মৰ পিছৰে পৰা প্ৰায় সম্পূৰ্ণ এৰাই চলিছে অভিনয়।

    কৰ’ণাৰ বাবেই ভমিকাৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অভিনয়ৰ পৰা দূৰত অভিনেত্ৰীগৰাকী। পিছলৈ কেতিয়া পুনৰ অভিনয়লৈ উভতি আহিব সেই বিষয়ে বৰ্তমানে কোনো কথা সদৰি কৰা নাই যদিও কৰণা থকালৈ অভিনয় জগতক সাময়িক ভাৱে বিদায় জনাইছে অনুষ্কাই।

    আৰু পঢ়ক : আৰক্ষীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে এজনক! ছ’চিয়েল মিডিয়াত ভাইৰেল গাৰ নোম শিয়ৰি উঠা ভিডিঅ’

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং