দিল্লীত আপৰ শপত গ্ৰহণ অনুষ্ঠানত মানৱ-ময়ূৰ

অৰবিন্দ কেজৰিৱালৰ অতিকে ভক্ত এই মানৱ-ময়ূৰ

0
44

আম আদমী পাৰ্টীৰ এজন অনুৰাগী, যিয়ে এক বিশেষ ৰূপ ধাৰণ কৰি উপস্থিত হৈছে আপৰ শপত গ্ৰহণ অনুষ্ঠানত। পুৱাই দিল্লীৰ ৰামলীলা ময়দানত উপস্থিত হয় লোকজন।

উদয় বীৰ নামৰ এই লোকজনে আপৰ সকলো নেতাৰ ছবি ময়ূৰৰ পাখীৰ নিচিনাকৈ সজাই নিজকে মানৱ ময়ূৰ সজায়। অৰবিন্দ কেজৰিৱালৰ অতিকে ভক্ত এই মানৱ-ময়ূৰ।

Photo Credit: ABP news