29 C
Guwahati
Thursday, October 21, 2021
More

    মা কামাখ্যাৰ আশীষ ল’লে অমিত শ্বাহে, ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য…

    মা কামাখ্যাৰ আশীষ ল’লে অমিত শ্বাহে, ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ আৰ্থিক সাহায্য…দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কালি শ্বিলঙত বিভিন্ন অনুষ্ঠানত ভাগ লোৱাৰ পিছতেই আজি অসমত আহি উপস্থিত হয় শ্বাহ।

    বিমান‌ বন্দৰৰ পৰা পোনে পোনে গৈ মা কামাখ্যা মন্দিৰত উপস্থিত হয় অমিত শ্বাহ। মা কামাখ্যাৰ আশীষ লৈ জি এম চি এইচলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহ মন্ত্ৰী গৰাকী।

    GMCH ত স্বাস্থ্য বিভাগৰ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিম গৃহ মন্ত্ৰী গৰাকীয়ে।

    GMCH ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ নতুন RADIATION THERAPY নতুন ব্লকৰ কাম শুভাৰম্ভ কৰিব শ্বাহে লগতে LINER ACCELERATOR মেচিনৰ শুভাৰম্ভ কৰিব ।

    তাৰ পিছতেই কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালক আৰ্থিক সাহায্য ‘প্রার্থনা ‘ আঁচনিৰ অধীনত নগদ ধন সাহায্য বিতৰণো কৰিব।

    আৰু পঢ়ক : যাব লাগিছিল অলিম্পিকলৈ, আনিব লাগিছিল পদক; পিছে আছে জেলত..ম’ষ্ট ৱাণ্টেড সংগীয়ো আজি গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং